• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণ স্থগিত, অহা ছিজনত মিলিত হ’ব দুয়োটা ক্ৰিকেট দল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2020 1:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিখন এদিনীয়া মেচ খেলাৰ উদ্দেশ্যে ২০২১ বৰ্ষৰ জানুৱাৰি মাহত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যোৱাৰ কথা আছিল ভাৰতীয় মহিলা ক্ৰিকেট দল।

কিন্তু এই ভ্ৰমণ বিশেষ কাৰণৰ বাবে স্থগিত ঘোষণা কৰা হ’ল। ক্ৰিকেট অষ্ট্ৰেলিয়াই এই কথা জানিবলৈ দিয়ে।

Apply Now

নিউজিলেণ্ডত অহা বছৰ মাৰ্চ-এপ্ৰিলত হ’বলগীয়া মহিলা বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াই এই শৃংখলাটো বাতিল কৰে।

অৱশ্যে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া শৃংখলাটো অহা ছিজনত অনুষ্ঠিত কৰিব বুলি জনায়।

ক্ৰিকেট ডট কম ডট এয়ু-এ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অন্তৰ্ৱতীকালীন মুখ্য কাৰ্যবাহী বিষয়া নিক হকলেৰ উদ্ধৃতিৰে কয় যে আমি কৰিছো যে অহা ছিজনত আমি এক বিস্তৃত কাৰ্যসূচীৰে ভাৰত-অষ্ট্ৰেলিয়াৰ মহিলা দলৰ ছিৰিজ অনুষ্ঠিত কৰিব পাৰিম।

তেওঁ লগতে কয় যে আমি গ্ৰীষ্মৰ আৰম্ভণিত ভাৰতৰ সৈতে খেলিবলগীয়া আছিল, কিন্তু মহামাৰীৰ কাৰণে এই শৃংখলাটো অহা ছিজনৰ বাবে পিছুৱাই দিব লগীয়া হ’ল।

ভাৰতৰ সৈতে ছিৰিজ অনুষ্ঠিত কৰাটো আমাৰ বাবে ভাল খবৰ কিয়নো মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত এই বছৰৰ আৰম্ভণিত ট-২০ বিশ্বকাপৰ ফাইনেল মেচখন অনুষ্ঠিত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

September 21, 2026 5:37 pm
প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 21, 2026 4:54 pm
চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

September 21, 2026 4:52 pm
নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

September 21, 2026 5:37 pm
প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 21, 2026 4:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd