• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতৰ নাম এদিন প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ কৰা হ’ব! কোনে ক’লে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 22, 2021 8:48 pm

1 min read

ভাৰতৰ নাম এদিন প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ কৰা হ’ব! কোনে ক’লে?
359
VIEWS
Share on FacebookShare on Twitter

দেশৰ নাম ভাৰত সলাই এদিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামেৰে নামকৰণ কৰা হ’ব!

সোমবাৰে এইদৰে প্ৰধানমন্ত্ৰীক সমালোচনাৰে তুলাধুনা দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

বাঁকুৰা জিলাৰ কটুলপুৰত অনুষ্ঠিত এটা নিৰ্বাচনী ৰেলীত অংশ লৈ তেওঁ গুজৰাটৰ মটেৰা ষ্টেডিয়ামৰ নাম প্ৰধানমন্ত্ৰীৰ নামত নামকৰণ কৰাক লৈ তীক্ষ্ণভাৱে সমালোচনা কৰি এইদৰে কয়।

তদুপৰি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটৰ ৰিপড জিনছসম্পৰ্কীয় মন্তব্যটো ইংগিত কৰি মমতাই কয় যে বিজেপিয়ে নাৰীয়ে কি পিন্ধিব, কি খাব- সেই লৈ ফটোৱা জাৰি কৰিবলৈ লাগি গৈছে।

”আপোনালোকক তেওঁলোকে এইদৰে ভাবিবলৈ দিব যে বিআৰ আম্বেদকাৰতকৈও নৰেন্দ্ৰ মোডী শ্ৰেষ্ঠ! দেখিছেনে কিদৰে গুজৰাটৰ এখন ক্ৰিকেট ষ্টেডিয়াম মোদীৰ নামেৰে পুনৰ নামকৰণ কৰা হৈছে?”- মমতাই এইদৰে কয়।

বিজেপিক ”বাহিৰা দল” হিচাপে অভিহিত কৰি মমতাই অভিযোগ কৰে যে বিজেপিয়ে ৰাজ্যখনলৈ সন্ত্ৰাস সৃষ্টিৰ বাবে গুণ্ডাৰ আমদানি কৰিছে।

”বিজেপিৰ গুণ্ডাবিলাক আপোনাৰ ঘৰলৈ আহিব আৰু তেওঁলোকৰ দলৰ বাবে ভোট ভিক্ষা কৰিব। ঘৰুৱা বাচন-বৰ্তনবিলাক লৈ সাজু হৈ থাকা যাতে তেনেধৰণৰ মানুহে আপোনাক ভাবুকি প্ৰদান কৰিলে খেদি পঠিয়াব পাৰে।”- মমতাই কয়।

তদুপৰি কংগ্ৰেছ আৰু বাওঁমৰ্চাকো সমালোচনাৰ লক্ষ্য হিচাপে বাচি লৈ মমতাই কয় যে তেওঁলোকে বিজেপিৰ স’তে মিতিৰালিত লিপ্ত হৈছে।

Recent News

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd