• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইত ভয়ংকৰ পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত তিনিজন, চিকিৎসালয়ত এজনৰ মৃত্যু

NE NOW NEWS নীলমনি শর্মা
কৃষ্ণাই , December 23, 2018 5:02 pm

1 min read

IMG-20181223-WA0005

কৃষ্ণাইত পথ দুৰ্ঘটনাত পতিত গাড়ী দুখন। ফটো : নৰ্থইষ্ট নাও

451
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকান ছুপাৰ মাৰ্কেটত আজি নিচেই পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰে এজনৰ অৱস্থা সংকটজনক।

জানিব পৰা মতে, আজি পুৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত গুৱাহাটী মুখী এ এছ ১৭ জি ৫৫৮৮ নম্বৰৰ মাৰুতি ছুজুকি এখনৰ সৈতে বিপৰীতমুখী এ এছ ১৮ চি ৭৬২৫ নম্বৰৰ টাটা পিক আপ ভান এখনৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷

উক্ত ভয়ংকৰ দুৰ্ঘটনাটোত মাৰুতি গাড়ীখনৰ সমুখ ভাগ ভাঙি চুচুৰ্মৈ হৈ পৰে। গুৰ্ঘটনাটোৰ ফলত গাড়ীখনত থকা তিনিজন লোক গুৰুতৰভাৱে আহত হয় ৷ আহত লোক কেইজনৰ ঘৰ ধুবুৰীৰ গৌৰীপুৰত বুলি জানিব পৰা হোৱা গৈছে।

উক্ত দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজে লোক দুজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ১০৮ সেৱাৰ গাড়ীৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰে অতি সংকটজনক অৱস্থাত থকা এজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

শেহতীয়া তথ্য অনুসৰি সংকটজনক অৱস্থাত ভৰ্তি কৰা উজ্জ্বল চক্ৰবৰ্তী নামৰ লোকজনে গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে।

Recent News

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ

200001

কৃষি আৰু উদ্যান শস্যৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ শুভাৰম্ভ: বিদেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

Gautam Gambhir

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ ব্যক্তিগত অনুদান গৌতম গম্ভীৰৰ পৰিয়ালৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd