• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰৈ থকা ডাম্পাৰত খুন্দিয়াই মৃত্যুক সাৱটিলে এজন যুৱকে, আন এজন গুৰুতৰভাৱে আহত

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , December 17, 2020 8:36 am

1 min read

ৰৈ থকা ডাম্পাৰত খুন্দিয়াই মৃত্যুক সাৱটিলে এজন যুৱকে, আন এজন গুৰুতৰভাৱে আহত

ফটো : নৰ্থ-ইষ্ট নাও

206
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে পথ দুৰ্ঘটনা। এই দুৰ্ঘটনা সমূহত বহু লোকে অকাল মৃত্যুক সাৱটি ল’বলগীয়াও হৈ আছে।

যোৱা নিশাও যোৰহাট জিলাৰ টীয়কৰ কাকজানত সংঘটিত হৈছে এটি শোকাৱহ পথ দুৰ্ঘটনা।

নিশা সংঘটিত এই দুৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হয়।

নিহত যুৱকজন পিড়াকটা ভৰলুৱা গাঁৱৰ সৌৰভ শইকীয়া বুলি জানিব পৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ডাম্পাৰত পাছফালৰ পৰা এ এছ-০৩-এন-৬৫৪৬ নম্বৰৰ এখন মটৰ চাইকেলে খুন্দা মাৰে।

প্ৰচণ্ড বেগত খুন্দিওৱাৰ ফলত বাইক চালকজন থিতাতে নিহত হয় আৰু বাইকৰ পিছফালে থকা লোকজন গুৰুতৰভাৱে আহত হয়।

আহত লোকজন কাকজান সোণাৰী গাঁৱৰ বাসিন্দা বুলি জানিব পৰাৰ লগতে তেওঁ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।

উল্লেখ্য যে, শীতৰ দিনত নিশা ডাঠ কুৱলীৰ বাবে ৰাস্তাৰ কাষত ৰখাই থোৱা ডাম্পাৰ তথা ট্ৰাক সমূহ অন্য সৰু বাহনে নেদেখাৰ ফলতেই এনেধৰণৰ বহু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd