• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত কৰ্তব্যৰত চিকিৎসক কোভিত-১৯-ত আক্ৰান্ত

NE NOW NEWS তন্ময় চক্ৰৱৰ্তী
আগৰতলা , June 7, 2020 3:54 pm

1 min read

642 persons test Covid19 positive in Assam on Saturday

প্ৰতিনিধিত্বমূলক ছবি

1.3k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত কোভিড-১৯ত আক্ৰান্ত হৈছে এগৰাকী কৰ্তব্যৰত চিকিৎসক। এইটো ৰাজ্যখনৰ প্ৰথমটো চিকিৎসা কৰ্মী কোভিড-১৯ত আক্ৰান্ত হোৱা ঘটনা।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনোৱা মতে, ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহাৰ ফলতে চিকিৎসক গৰাকী কোভিড-১৯-ৰ দ্বাৰা সংক্ৰমিত হৈছে। চিকিৎসক গৰাকীক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ত্ৰিপুৰাত বৰ্তমানলৈ ৭৫০ গৰাকী লোক ক’ৰ’না আক্ৰান্ত হৈছে। শনিবাৰে ৰাজ্যখনত নতুনকৈ ৫৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হয়।

বৰ্তমান ত্ৰিপুৰাত ৫৭৩ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাত এগৰাকী ক’ৰ’না আক্ৰান্ত মহিলাই কিছুদিন পূৰ্বে আত্মহত্যা কৰিছিল।

ৰাজ্যখনত প্ৰথম পৰ্যায়ত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আৰু বিষয়া সকল সৰ্বাধিক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

আনহাতে, কিছুদিন পূৰ্বে এগৰাকী সেনা বিষয়াৰ দেহটো মাৰাত্মক কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছিল।

Recent News

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

a supr

অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে উচ্চতম ন্যায়ালয়ৰ দুই মহিলা ন্যায়াধীশক, কাবুলত উত্তেজনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd