• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জখলাবন্ধাত কেঁকোসাপৰ সৈতে ৪জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
September 23, 2018 5:30 pm
GeckoPhoto

আৰক্ষীৰ জালত পৰা কেঁকোসাপৰ চোৰাং ব্যৱসায়ী চাৰিজন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ২২ ছেপ্তেম্বৰৰ ৰাতি গোপন সূত্ৰৰ পম খেদি এটা অভিযান চলাই এটা কেঁকোসাপৰ সৈতে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আটক কৰা চোৰাং ব্যৱসায়ীকেইজন ক্ৰমে, বাক্সা জিলাৰ ৰবি ৰাজবংশী, দুৰ্গা দৈমাৰী, ডিম্বেশ্বৰ দাস আৰু ৰমেন চন্দ্ৰ বড়ো বুলি জানিব পৰা গৈছে।

Apply Now

অভিযানৰ নেতৃত্ব দিয়া আৰক্ষী বিষয়া দেৱেন বৰাই জনোৱা অনুসৰি চোৰাং ব্যৱসায়ী চক্ৰটোৱে কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজৰি গাওঁ অঞ্চলৰ পৰা AS 01 BA 9064 নম্বৰৰ এলট্ৰ এখনত আহি আছিল। তেওঁলোকৰ সৈতে এটা কেঁকোসাপ থকা বুলি খবৰ পাই আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে।

জেৰাৰ সময়ত কেঁকোসাপৰ চোৰাং কাৰবাৰী দলটোৱে কয় যে সাপটো তেওঁলোকে ৩০,০০০ টকাত নিজৰিৰ কোনো এটা স্থানৰ পৰা ক্ৰয় কৰি বাক্সালৈ  সৰবৰাহ কৰাৰ কথা আছিল।

আৰক্ষীয়ে তেওঁলোকৰ বাহনখনো জব্দ কৰাৰ লগতে আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে।

https://www.facebook.com/nenowassam/videos/301068874052040/

 

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Allah Miyan’s Workshop : এটি আলোচনা

Allah Miyan’s Workshop : এটি আলোচনা

October 19, 2026 12:53 pm
বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

October 19, 2026 10:33 am
নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

October 19, 2026 9:37 am
মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

October 19, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Allah Miyan’s Workshop : এটি আলোচনা

Allah Miyan’s Workshop : এটি আলোচনা

October 19, 2026 12:53 pm
বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

October 19, 2026 10:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd