• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 28, 2021 8:24 pm
road-accident-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে সন্ধিয়া প্ৰায় ৪.৩০ বজাত তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথৰ নাগ্ৰীজুলিত নাগ্ৰিজুলি চাহ বাগিচাৰ দুৰ্গা মন্দিৰৰ সমীপত সংঘটিত এক ভয়াবহ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন ছয় গৰাকী মহিলা গুৰুতৰ ভাৱে আহত হয়।

নিহত মহিলাগৰাকী নাগ্ৰীজুলি চাহ বাগিচাৰ ৬ নং শ্ৰমিক লাইনৰ প্ৰয়াত মাঝিৰাম লাক্ৰাৰ পত্নী দেৱাৰী লাক্ৰা (৫০)।

Apply Now

দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত আন কেইগৰাকী মহিলা হৈছে ক্ৰমে নাগ্ৰীজুলি চাহ বাগিচাৰ শ্ৰমিক চোৱানী মুণ্ডা (৪৭), নেগী মুণ্ডা (৪৭), দিলচো মুণ্ডা (৪৭), অজন্তী মুণ্ডা (৪৫) আৰু বিৰচী মুণ্ডা (৪৭)।

আহত আটাইকেইগৰাকী নাগ্ৰীজুলি চাহ বাগিচাৰ ৬ নং শ্ৰমিক লাইনৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে আজি মহিলা কেইগৰাকীয়ে এএছ-০৩-টি-১৮৩০ নম্বৰৰ মেক্সিমো বাহন এখনেৰে নাগ্ৰীজুলিৰ ভোলাঝাৰলৈ এগৰাকী মৃতকৰ সৎকাৰলৈ গৈছিল।

মৃতকৰ সৎকাৰ শেষ কৰি তেওলোকে নাগ্ৰীজুলি চাহ বাগিচালৈ উভতি আহোতে তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথৰ নাগ্ৰীজুলি চাহ বাগিচাৰ দুৰ্গা মন্দিৰৰ সমীপত তীব্ৰ বেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত কেইবা লুটি খাই বাগৰি পৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাস আৰু সহকাৰী উপ-পৰিদৰ্শক প্ৰফুল্ল কুমাৰ ব্ৰহ্মৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত আটাইকেইগৰাকীকে ততাতয়াকৈ উদ্ধাৰ কৰে আৰু নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

চিকিৎসকে গুৰুতৰভাৱে আহত দেৱাৰী লাক্ৰাক মৃত বুলি ঘোষণা কৰে। ইপিনে গুৰুতৰভাৱে আহত আন মহিলা কেইগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

July 5, 2026 3:57 pm
ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

July 5, 2026 3:57 pm
ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd