• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীৰ ডকাইতি কাণ্ডৰ প্ৰধান অপৰাধী তাইজুদ্দিন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 13, 2022 10:23 am
প্ৰতীকি ছবি

প্ৰতীকি ছবি

190
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীৰ গুলীত নিহত হৈছে গুৱাহাটীৰ পল্টন বজাৰৰ ডকাইতি কাণ্ডৰ প্ৰধান অভিযুক্ত তাইজুদ্দিন।

চিপাঝাৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে ডকাইতজনক। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ডকাইতি কাণ্ডত জৰিত তাইজুদ্দিনক চিপাঝাৰৰ ঘৰত লুকুৱাই ৰখা ধন দেখুৱাই দিবলৈ আৰক্ষীয়ে লৈ গৈছিল।

তাইজুদ্দিনৰ ঘৰৰ পৰা আৰক্ষীয়ে ৬০ হাজাৰ টকা উদ্ধাৰ কৰে।

অভিযান চলি থকা সময়তে তাইজুদ্দিনে ঘৰত লুকুৱাই ৰখা পিষ্টেলেৰে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয়। তেনে সময়তে আৰক্ষীয়ে গুলীচালনা কৰাত তাইজুদ্দিনৰ মৃত্যু ঘটে।

ইপিনে ডকাইতি কাণ্ডত জৰিত আন চাৰিজন ডকাইতক দক্ষিণ শালমাৰাৰ মানকাচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি গুৱাহাটীলৈ আনি আছে। উল্লেখ্য

মহানগৰীৰ পল্টন বজাৰৰকিৰণশ্ৰী ৰেচিডেন্সিত প্ৰৱেশ কৰি পাঁচ দুৰ্বৃত্তৰ দলে ৪ এপ্ৰিলত দিন দুপৰতে ডকাইতি কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

বাসগৃহটোৰ চাৰি নং মহলাৰ গৌতম চাজেৰ, সঞ্জু চাজেৰ আৰু বিমলা চাজেৰৰ বাসগৃহত ডকাইতৰ দলটোৱে লুটপাত চলাইছিল।

পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোৱে অস্ত্ৰ দেখুৱাই লুটি নিছিল প্ৰায় ২০ লাখ টকা।

ডকাইতিৰ সময়ত বাসগৃহটোত আছিল দুগৰাকী মহিলা আৰু তেওঁলোকৰ সন্তান ।

দুৰ্বৃত্তই চোকা অস্ত্ৰ দেখুৱাই মহিলাকেইগৰাকীৰ পৰা লৈ গৈছিল পিন্ধি থকা সোণৰ অলংকাৰ আৰু নগদ ধন।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd