DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত পুনৰ এগৰাকী মহিলা ক’ভিডত আক্ৰান্ত হৈ মৃত্যু; এই পৰ্যন্ত ক’ভিডত মৃত্যু হৈছে ৪গৰাকীৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 29, 2021 4:43 pm
images.jpeg-11(3)

প্ৰতিনিধিত্বমূলক ফটো।

501
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত দৈনিক বৃদ্ধি পাব ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। ক’ৰণা সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰিবলগীয়া হৈছে কঠোৰ পদক্ষেপ।

ইতিমধ্যে সমগ্ৰ ৰাজ্যত নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ কাৰ্ফিউ জাৰি কৰিছে দূৰ্যোগ প্ৰশমন বিভাগে।

শিৱসাগৰতো বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্তৰ সংখ্যা। আজি পুনৰ শিৱসাগৰত এগৰাকী মহিলাৰ ক’ভিডত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মৃত্যু হোৱা মহিলাগৰাকীৰ নাম দুলেশ্বৰী গগৈ। বয়স ৬৯ বছৰ। মহিলাগৰাকীৰ ঘৰ শিৱসাগৰ ষ্টেশ্যন চাৰিআলিৰ চিপিআই কাৰ্যালয়ৰ ওচৰত বুলি জানিব পৰা গৈছে।

আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ক’ভিড টেষ্ট কৰিবলৈ গৈছিল মহিলাগৰাকী আৰু তেওঁৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ কিছুসময়ৰ পিছতেই চিকিৎসালয়তেই তেওঁৰ মৃত্যু হয়।

বৰ্তমানলৈকে শিৱসাগৰত ক’ভিডত আক্ৰান্ত হৈ চাৰি গৰাকী ব্যক্তিৰ মৃত্যু হৈছে।

২৭ এপ্ৰিলত কোঁৱৰপুৰৰ তমিজুৰ ৰহমান, ২৮ এপ্ৰিলত শুকানপুখুৰীৰ অঞ্চলৰ দিচাং মাজগাঁওৰ চৈফুল আলি(৫৮), আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত দুপদৰৰ নিৰদা বৰা(৭৫), আৰু আজি ষ্টেশ্যন চাৰিআলিৰ দুলেশ্বৰী গগৈ(৬৯) নামৰ মহিলাগৰাকী ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।

Recent News

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd