• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত অক্সিজেনৰ অভাৱত এম্বুলেঞ্চতে ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , June 17, 2020 10:16 pm

1 min read

ত্ৰিপুৰাত অক্সিজেনৰ অভাৱত এম্বুলেঞ্চতে ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
567
VIEWS
Share on FacebookShare on Twitter

এম্বুলেঞ্চত প্ৰয়োজনীয় অক্সিজেনৰ অভাৱত আজি আগৰতলাত এগৰাকী ৰোগীৰ মৃত্যু হোৱাক লৈ ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মৃত্যু হোৱা ৰোগী গৰাকী তৰুণ কুমাৰ সিনহা বুলি চিনাক্ত কৰা হৈছে।

আগৰতলাৰ দশৰথ দেৱ ক্ৰীড়া প্ৰকল্পৰ ওচৰৰ বাসিন্দা তৰুণ কুমাৰ সিনহা দুপৰীয়াৰ ভাগত অসুস্থ হৈ পৰে। সিনহাৰ কন্যা দুগৰাকীয়ে ১০১ নম্বৰত ফোন কৰি পিতৃক এম্বুলেঞ্চত চিকিৎসালয়লৈ লৈ যায়।

চিকিৎসালয় পোৱাৰ লগে লগে চিকিৎসাকৰ্মীয়ে তৰুণ সিনহাক পৰীক্ষা কৰি অক্সিজেনৰ অভাৱত তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

পিতৃৰ বিয়োগত মৰ্মাহত হৈ পৰা সিনহাৰ দুই কন্যাই এই সমগ্ৰ ঘটনাৰ বাবে ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগক জগৰীয়া কৰি এম্বুলেঞ্চত প্ৰয়োজনীয় অক্সিজেনৰ অভাৱৰ বিষয়ে উল্লেখ কৰে।

আনহাতে উক্ত ঘটনাৰ পাছতে চিকিৎসালয় প্ৰাংগনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় চিকিৎসাকৰ্মী এগৰাকীক থানালৈ লৈ যায়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে কোনোধৰণৰ অভিযোগ নোপোৱা বাবে চিকিৎসা কৰ্মী গৰাকীক মুকলি কৰি দিয়ে।

Recent News

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

index

দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী : কৃষ্ণাইৰ বিজেপি কাৰ্যালয়ত তলা ক্ষোভিত নেতা কৰ্মীৰ

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd