• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অযোগ্য কৃষকৰ নামত কৃষি আঁচনিৰ ধন আত্মস্যাৎ কেলেংকাৰী; দিছপুৰ থানাত দাখিল এজাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2021 6:15 pm
IMG_20210514_140323-750x375

কৃষি মন্ত্ৰী অতুল বৰা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পি এম কিষাণ সন্মান নিধি আঁচনিৰ অধীনত সংঘটিত হোৱা ভুৱা হিতাধিকাৰী কেলেংকাৰীক লৈ দিছপুৰ থানাত আজি এখন এজাহাৰ দাখিল কৰে জালুকবাৰীৰ সুব্ৰত তালুকদাৰ নামৰ এজন লোকে।

তালুকদাৰে তেওঁৰ এজাহাৰত উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ পি এম কিষাণ সন্মান নিধি আঁচনিৰ অধীনত যিসকল ভুৱা হিতাধিকাৰী কৃষকে আঁচনিৰ ধন লাভ কৰিছিল তেওঁলোকৰ ৰাজ্যভিত্তিক তথ্য অনুসৰি অসমৰ অসমৰ ভুৱা হিতাধিকাৰী কৃষকৰ সংখ্যা হ’ল ৮,৩৫,২৬৮গৰাকী।

Apply Now

সেইদৰে, অসমৰ ভুৱা কৃষকৰ হাতলৈ যোৱা ধনৰ পৰিমান হৈছে ৫৫৪কোটি ১লাখ ৭২হাজাৰ টকা।

তেওঁ লিখিছে যে ইমান বৃহৎ পৰিমানৰ ধন চৰকাৰৰ ৰাজহৰ পৰা আত্মস্যাৎ কৰাটো এক ভয়ংকৰ অপৰাধ। এনেধৰণে ভুৱা হিতাধিকাৰী সৃষ্টিৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে আৰু ভুৱা কাগজ পত্ৰ তৈয়াৰ কৰি এইসকল হিতাধিকাৰীয়ে চৰকাৰী মন্ত্ৰী-বিষয়াসকলৰ লগলাগি ৰাজহুৱা ধন আত্মস্যাৎ কৰিছে। কাৰণ বিভাগীয় মন্ত্ৰী আৰু আমোলাৰ সহযোগ অবিহনে এনে দুস্কাৰ্য সংঘটিত কৰাটো সম্ভৱপৰ নহয়।

তালুকদাৰে এজাহাৰখনত ইমান বৃহৎ পৰিমানৰ ধন আত্মস্যাতৰ লগত জড়িত ভুৱা হিতাধিকাৰীসকল, এই আঁচনিখনৰ লগত জড়িত বিভাগীয় চৰকাৰী কৰ্মচাৰী, বিষয়া, আমোলা আৰু বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪০৯, ৪১৭, ৪২০,৪৬৮ আৰু প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত কৰাৰ বাবে আবেদন জনাইছে।

উল্লেখ্য যে ২০১৯ চনৰ পৰা আৰম্ভ কৰা পি এম কিষাণ আঁচনিৰ সন্দৰ্ভত নিম্ন সদনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী টোমাৰে এটা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওতে এই তথ্য দাঙি ধৰিছিল যে, পি এম কিষাণ আচনিত দুৰ্নীতি অনিয়ম হৈছে আৰু দুৰ্নীতি অনিয়মৰ আশ্ৰয় লৈ দেশত ২৯৯২.৭৫ কোটি টকা অযোগ্য কৃষকে লাভ কৰিছে।

এই ক্ষেত্ৰত অসমে প্রথম স্থান দখল কৰিছে আৰু ৰাজ্য খনত ৮.৩৫ লাখ অযোগ্য কৃষকে এই আঁচনিৰ পৰা ৫৫৪.০১ কোটি টকা লৈছে বুলিও সদনত কৃষিমন্ত্ৰী টোমাৰে সদৰী কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যখনৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলাত অভিলেখ পৰিমাণৰ ১৮৬ কোটি  টকা অযওগ্য কৃষকে লাভ কৰিছে৷

আনহাতে, পি এম কিষাণ আচঁনিৰ অযোগ্য কৃষকৰ এই ধন আত্মস্যাৎ কেলেংকাৰীক লৈ ৰাজ্যখনৰ কংগ্ৰেছ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তদন্ত দাবী কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে এইক্ষেত্ৰত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd