• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ হেৰাপট্টিত দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত এজন যুৱক

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , September 26, 2018 11:50 am

1 min read

ShotDead_gun

প্ৰতিনিধিত্বমূলক ছবি

129
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে নিশা নগাঁও জিলাৰ হেৰাপট্টিত এটা দুৰ্বৃত্তৰ দলে এজন লোকক উদ্দেশ্যি কৰা গুলীচালনাৰ ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। উক্ত গুলীচালনাৰ ফলত নুৰ হুছেইন নামৰ যুৱক এজন গুৰুতৰভাৱে আহত হয়।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নুৰ হুছেইনক স্থানীয় লোকৰ সহযোগত সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তী কৰোৱা হয়।

ইফালে আহত নুৰ হুছেইনে গুলীচালনাৰ ঘটনাটো সম্পূৰ্ণ পৰিকল্পিত বুলি মন্তব্য কৰিছে। এখন চাৰিচকীয়া বাহনত পাঁচজনীয়া দুৰ্বৃত্তৰ দলে তেওঁৰ ওপৰত আক্ৰমণ চলোৱা বুলি আৰক্ষী তথা পৰিয়ালৰ লোকৰ আগত ভাষ্য প্ৰদান কৰে।

ইয়াৰ উপৰি ব্যক্তিগত শত্ৰুতাৰ বাবেই গুলীচালনাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিছে বুলি গুৱাহাটীত চিকিৎসাধীন হৈ থকা নুৰ হুছেইনে জনায়।

উল্লেখ্য যে নুৰ হুছেইনে ইৰচাদ আলী, আকাশউদ্দিন, আমিৰ হুছেইন, ছিদ্দিক আলী আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ উত্থাপন কৰিছে।

এতিয়াও এই সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত আছে যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত সকলো স্পষ্ট হৈ পৰিব।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd