• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত কোভিডত আক্ৰান্ত হৈ মৃত্যু অএনজিচিৰ অভিযন্তাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
April 18, 2021 12:39 pm
onavirus_1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালান্তক কোভিডে প্ৰাণ কাঢ়ি নিলে অসমৰ এগৰাকী অভিযন্তাৰ।

অএনজিচিৰ অভিযন্তা ৰাজীৱ হাজৰিকাই দেওবাৰে পুৱা ৯.২০ বজাত কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।

Apply Now

মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স হৈছিল ৫১ বছৰ।

কোভিডত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

মধুমেহ ৰোগতো আক্ৰান্ত হৈ থকা হাজৰিকাই বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল।

উল্লেখ্য সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত সৰ্বমুঠ ৩০ গৰাকী কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

ইয়াৰে ১৭ গৰাকী ৰোগীক কোভিড আইচ’লেছন চেণ্টাৰত আৰু ১৩ গৰাকীক কোভিড আইচিইউত চিকিৎসা কৰি থকা হৈছে।

শনিবাৰেও তিনিচুকীয়াৰ অধিবক্তা নেয়িম আহমেদৰ চিকিৎসালয় খনত কোভিডত মৃত্যু ঘটিছিল।

শনিবাৰে ডিব্ৰুগড়ত ১৮৩০ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰোৱা হৈছিল আৰু তেওঁলোকৰ মাজৰে ৩৪ গৰাকীৰ দেহত কোভিড ধৰা পৰিছিল।

বিগত ১৬ দিনত ডিব্ৰুগড়ত মুঠ ২৯৯৭৭ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰোৱা হৈছে আৰু তেওঁলোকৰ মাজৰে ৩৪৭ গৰাকীৰ কোভিড ধৰা পৰিছে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am
অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

October 24, 2026 9:29 am
লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

October 24, 2026 8:39 am
সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am
অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

October 24, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd