• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হোৰাহোৰে বাঢ়িছে পিঁয়াজৰ দাম; অসহায় ৰান্ধনি, মধ্যবিত্তৰ মূৰত হাত!

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 27, 2023 10:03 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ভাৰততে পিঁয়াজৰ দাম হোৰাহৰে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বৃহস্পতিবাৰে বজাৰত পিঁয়াজৰ দাম শুনি সাধাৰণ মানুহে মূৰত হাত দিব লগীয়া হৈছে। যোৱা সপ্তাহত প্ৰতি কেজিত পিয়াঁজৰ মূল্য ৩৫ৰ পৰা ৪০টকাত বিক্ৰী হৈছিল যদিও পিঁয়াজৰ মূল্য এতিয়া প্ৰতি কেজিত ৬০ৰ পৰা ৮০টকা হৈছেগৈ।

বৃহস্পতিবাৰে গুৱাহাটীৰ বেলতলা বজাৰত পিঁয়াজ প্ৰতি কেজিত ৬০ টকাকৈ বিক্ৰী হৈছে। সেইদৰে মহানগৰীৰ গেলামাল দোকানসমূহত প্ৰতি কেজিত ৭০ টকা দৰত বিক্ৰী কৰা হৈছে পিঁয়াজ। পিঁয়াজৰ দাম অহা কেইদিনৰ ভিতৰত আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ আদৰ্শ আচৰণ বিধি উলংঘা; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

Apply Now

বিহাৰ আৰু উত্তৰ প্ৰদেশতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়াকৈ বিহাৰৰ বাসিন্দাই প্ৰতি কেজিত ৮০ টকা হাৰত পিঁয়াজ ক্ৰয় কৰাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ বাসিন্দাই শেহতীয়াকৈ ৭০ টকাৰ হাৰত পিঁয়াজ ক্ৰয় কৰিছে।

ইপিনে, খুচুৰা বিক্ৰেতাসকলে এই মূল্যবৃদ্ধিৰ কাৰণ স্থানীয় বজাৰত মুদ্ৰাস্ফীতি আৰু উৎসৱৰ বতৰত অধিক চাহিদাৰ বাবে হোৱা বুলি জানিবলৈ দিয়ে।

মহাৰাষ্ট্ৰৰ প্ৰায়বোৰ পিঁয়াজ উৎপাদনকাৰী জিলাতে পাইকাৰী পিয়াঁজৰ দাম এতিয়া প্ৰতি কেজিত ৪৫ৰ পৰা ৪৮ টকা। যোৱা ১৫ দিনত পাইকাৰী মূল্য ৫৮ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ এটা মূল কাৰণ হ’ল মহাৰাষ্ট্ৰত মুঠ পিঁয়াজৰ বীজ ৰোপনৰ হাৰ কমি যোৱাটো।

লগতে পঢ়কঃআৰ্থিক সংকটত টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেল! ধন সংগ্ৰহ কৰিছে বন্ধুবৰ্গই

বাতৰি অনুসৰি, যোৱা ১৫ দিনৰ ভিতৰত ৰাজ্যখনৰ লাচগাঁৱৰ পাইকাৰী বজাৰত পিয়াঁজৰ পাইকাৰী মূল্য ৫৮ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বৰ সপ্তাহত পিঁয়াজৰ দাম ১৮ শতাংশ বৃদ্ধি পাইছিল। ডিচেম্বৰ মাহৰ ভিতৰত পিঁয়াজৰ দাম আকাশলংঘী হ’ব পাৰে বুলি সাধাৰণ মানুহে আশংকা কৰিছে।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm
“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

October 28, 2026 8:21 pm
তিনিটা এছিয়ান পেৰা গেমছৰ স্বৰ্ণজয়ী নীৰজ যাদৱৰ ৰহস্যজনক মৃত্যু, বিষাক্ত পদাৰ্থ সেৱনৰ সন্দেহ

তিনিটা এছিয়ান পেৰা গেমছৰ স্বৰ্ণজয়ী নীৰজ যাদৱৰ ৰহস্যজনক মৃত্যু, বিষাক্ত পদাৰ্থ সেৱনৰ সন্দেহ

October 28, 2026 7:48 pm
মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

October 28, 2026 6:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm
“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

October 28, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd