DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলাতে অসম আৰক্ষীৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অনলাইন আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2019 1:14 pm
10.5k
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা ৰাজ্য চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগত ৰাজ্যৰ বিশেষভাৱে সক্ষম নিৱনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে অনুষ্ঠিত হৈছে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অনলাইন আবেদন। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড, অসমে পাতিবলগীয়া এই বিশেষ নিযুক্তি প্ৰক্ৰিয়াত আবেদনৰ বাবে নিৰ্দিষ্ট বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলে www.assampolice.gov.in শীৰ্ষক ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব।

প্ৰথম পৰ্যায়ত ৩৭ টা চৰকাৰী বিভাগত বিশেষভাৱে সক্ষমৰ বাবে সংৰক্ষিত হৈ থকা সৰ্বমুঠ ৭৫৬ টা তৃতীয়, চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিয়া হ’ব। এই পদকেইটাৰ ভিতৰত ৩৩০ টা তৃতীয় বৰ্গৰ হোৱাৰ লগতে ৪৩৭ টা চতুৰ্থ বৰ্গৰ।

আগ্ৰহী প্ৰাৰ্থীয়ে আবেদন কৰিব পৰাকৈ অসম আৰক্ষীৰ তৰফৰ পৰা প্ৰত্যেক জিলাৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত একোটাকৈ সেৱা কেন্দ্ৰও অহা ৩১ জানুৱাৰীলৈকে মুকলি কৰা হৈছে। এই কথা ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এই বিশেষ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি যোৱা ৩১ ডিচেম্বৰত বিজ্ঞাপন প্ৰকাশ কৰিছিল।

Recent News

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd