• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতত কৰ’না আক্ৰান্ত ৰোগীৰ মাত্ৰ ১.১ শতাংশহে আছে ভেন্টিলেটৰত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 9, 2020 7:09 am

1 min read

For-COVID-19-Patients-Breathing-Easier-Could-Be-as-Simple-as-Flipping-Over-400x241

প্ৰতিনিধিত্বমূলক ফটো

1.1k
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’না আক্ৰান্ত ৰোগীৰ ভিতৰত ভেন্টিলেটৰত থকা ৰোগীৰ শতকৰা হাৰ মাত্ৰ ১.১শতাংশ।

তদুপৰি, আক্ৰান্তৰ ভিতৰত ইনটেনচিভ কেয়াৰ য়ুনিট (ICU)ত আছে ৪.৭শতাংশ ৰোগী।

ভাৰতত মুঠতে কৰ’না আক্ৰান্ত ৰোগীৰ মাত্ৰ ৩.২ শতাংশ ৰোগীক অক্সিজেন ছাপোৰ্ট চিষ্টেমত ৰখা হৈছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যণ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা এই তথ্য সদৰী কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে বিয়লিলৈকে দেশত কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ৫৬ হাজাৰ ৩৪২জন।

ইয়াৰ ভিতৰত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ১৬,৫৪০জন। সুস্থতাৰ এই হাৰ হৈছে ২৯.৩৬শতাংশ।

আনহাতে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৫হাজাৰতকৈয়ো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে।

শুকুৰবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি, দেশৰ ২১৬খন জিলা ক’ৰনামুক্ত হৈ আছে।

বিগত ২৮দিনত ৪২খন জিলাত নতুনকৈ কোনো কৰ’নাৰ সংক্ৰমণ ঘটা নাই।

সেইদৰে ২৯খন জিলাত বিগত ২১ দিনত ২৯খন জিলাত আৰু বিগত ১৪দিনত ৩৬খন জিলাত কোনো কোভিড-১৯ পজিটিভ ধৰা পৰা নাই।

Tags: COVID-19

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd