• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত মাজুলীত অঃ জাঃ যুঃ ছাঃ পঃৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , January 4, 2019 1:29 pm

1 min read

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত মাজুলীত অঃ জাঃ যুঃ ছাঃ পঃৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
244
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ সমান্তৰালভাৱে আজি মাজুলীতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতেয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ মাজুলীৰ জিলা সমিতিৰ সভাপতি জগত হাজৰিকা, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মুনিন্দ্ৰ ভূঞা, সম্পাদক অলিন হাজৰিকাকে প্ৰমুখ্য কৰি সংগঠনটোৰ আঞ্চলিক সমিতিৰ সদস্য সকলেও অংশ গ্ৰহণ কৰে।

অৱস্থা ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংগঠনটোৰ সভাপতি গৰাকীয়ে কয় যে আগন্তক লোকসভা নিৰ্বাচন পাৰ হ’বৰ বাবেই নাগৰিকত্ব বিধেয়কৰ জৰিয়তে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশীক আমন্ত্ৰই জনাই ভোট বেংক বনাব বিচাৰিছে। যাৰ ফলত অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি ভাবুকি আহি পৰিছে।

লগতে তেওঁ যেতিয়ালৈকে নাগৰিকত্ব বিধেয়ক বাতিল নহয় তেতিয়ালৈকে প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলিও উল্লেখ কৰে। আজি ধৰ্মঘট কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কোঁচ ৰাজবংশী ছাত্ৰ সন্থাইও অংশ গ্ৰহণ কৰে।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd