• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ঐক্যবদ্ধ বিৰোধী’ হিচাপে একেলগে কাম কৰি যাবলৈ অগপক আহ্বান দেৱব্ৰত শইকীয়াৰ

হিমন্তই আজি জিন্নাৰ আদৰ্শক সমৰ্থন দিছে; জিন্নাই যেনিবা মুছলমানক আৰু এওঁ হিন্দুক সমৰ্থন জনাইছে : তৰুণ গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2019 10:18 pm
Debabrata-Saikia

অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপক ‘ঐক্যবদ্ধ বিৰোধী’ হৈ বিভাজনকামী আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে একেলগে কাম কৰি যাবলৈ আজি আহ্বান জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। অগপই মিত্ৰতাৰ পৰা ওলাই অহাৰ কথা ঘোষণা কৰাৰ পিছতে শইকীয়াই এই আহ্বান জনায়।

“আজি অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তলৈ ফোন কৰি কথা পাতো।” বিৰোধী দলপতি তথা কংগ্ৰেছৰ বিধায়কজনে কয়। অগপক তেওঁ ঐক্যবদ্ধ বিৰোধী হিচাপে কাম কৰি যাবলৈ আহ্বান জনোৱা বুলি নিজৰ টুইটাৰ যোগে প্ৰকাশ কৰে। “বিভাজনকামী আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে ঐক্যবদ্ধ বিৰোধী হিচাপে একেলগে কাম কৰি যোৱাৰ আশা কৰিছো।” টুইটত তেওঁ কয়।

Apply Now

আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও অগপক জাতীয় স্বাৰ্থত মিত্ৰতাৰ পৰা ওলাই অহা বাবে ধন্যবাদ জনায়। “মিত্ৰতাটো আগতেই ভংগ কৰিব লাগিছিল। শেষ মুহূৰ্তলৈকে থকাটো দুৰ্ভাগ্যজনক বুলি মই ভাবো। তথাপি দেৰিকৈ হ’লে মিত্ৰতা ভংগ কৰিছে। ই অসমৰ কাৰণে এটা সুখবৰ বুলিয়ে মই ভাবিছো।” গগৈয়ে সাংবাদিকৰ আগত কয়।

“মই আগতেই কৈছিলো বিজেপিয়ে এজিপিক শেষ কৰিবলৈ বিচাৰিছে”, বিজেপিয়ে আঞ্চলিক দলক শেষ কৰিবলৈ বিচাৰিছে। আমিও আঞ্চলিক দলৰ বিৰোধী। কিন্তু আমি আঞ্চলিক দলৰ পৰা মুক্ত কৰিবলৈ নিবিচাৰো। বিজেপিয়ে যেনেকৈ ভাৰতবৰ্ষক কংগ্ৰেছমুক্ত, আঞ্চলিক দলমুক্ত কৰিব বিচাৰে। তেওঁলোকে একনায়কত্ব বিচাৰে। আমি কিন্তু বিজেপিমুক্ত বিচৰা নাই। গণতন্ত্ৰত বিৰোধী দল থাকিবই।” প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়।
তেওঁ পুনৰ কয়, “মই এজিপিয়ে পুনৰ আন্দোলনত নমাটো বিচাৰিছো। আন্দোলন কৰাৰ তেওঁলোকৰ তেজ আছে। অসমত বিদেশী খেদাৰ আন্দোলন কৰিছে। আমি আঞ্চলিক দলটো উৎসাহ-উদ্দীপনাৰে শক্তিশালী হোৱাটো বিচাৰো।”

ইপিনে বিজেপিক আক্ৰমণ কৰি কয়, “বিজেপিক ক্ষমতাই মূৰত ধৰিছে। তাৰ প্ৰতিফল পাব।”

“মোদী, অমিত শ্বাহতকৈ বেছি দায়ী কৰো সোণোৱাল, হেমন্ত, পাটোৱাৰীক। এওঁলোকে অসমৰ মানুহক ভুৱা দি আহিছে। ক্ষমতা পাই অসমৰ ৰাইজক অৱজ্ঞা কৰিছে। গৰ্বত ডাঙৰ ডাঙৰ কথা কৈছে। হিমন্তৰ কথাকে যদি চাওঁ আমি কি বুজিম? হিমন্তই আজি জিন্নাৰ আদৰ্শক সমৰ্থন দিছে। জিন্নাই যেনিবা মুছলমানক সমৰ্থন জনাইছিল। এওঁ হিন্দুক সমৰ্থন জনাইছে।” গগৈয়ে কয়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm
কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm
কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd