• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ব্ৰহ্মপুত্ৰ খননকাৰ্য আৰু এক্সপ্ৰেছ ঘাইপথ প্ৰকল্প’ক লৈ চৰকাৰৰ মিথ্যাচাৰৰ অভিযোগ বিৰোধী দলপতিৰ

by
September 27, 2018 5:03 pm
dredge-1024x688

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়াই আজি প্ৰকাশ কৰিছে যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বহু হৈ চৈ কৰি ঘোষণা কৰা ব্ৰহ্মপুত্ৰ খননকাৰ্য আৰু এক্সপ্ৰেছ ঘাইপথ প্ৰকল্পটো এতিয়া যেন মৃগতৃষ্ণাত পৰিণত হৈছে।

২৬ ছেপ্টেম্বৰত তেওঁ বিধানসভাৰ মজিয়াত প্ৰশ্ন এটাৰ প্ৰসংগ আনি শইকীয়াই কৈছে যে জল সম্পদ মন্ত্ৰী কেশব মহন্তৰ উত্তৰৰ পৰা অই কথা স্পষ্টকৈ জনা গৈছে যে প্ৰকল্পটোৰ সন্দৰ্ভত চৰকাৰৰ কোনো স্পষ্ট ইংগিত নাই।

Apply Now

এই সম্পৰ্কে জল আৰু শক্তি পৰামৰ্শ সেৱা লিমিটেড  (Water and Power Consultancy Service Ltd. চমুকৈ WAPCOS)  আৰু সংশ্লিষ্ট কেন্দ্ৰীয় চৰকাৰৰ বিভাগেহে অৱগত।

শইকীয়াই কৈছে যে ব্ৰহ্মপুত্ৰ খননকাৰ্য আৰু এক্সপ্ৰেছ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পটো বিজেপি চৰকাৰৰ মিথ্যাচাৰত বাদে আন একো নহয়, কাৰণ এই প্ৰকল্পটোক অসম চৰকাৰে গঠন কৰা বিশেষজ্ঞ কমিটীখনে বানপানী আৰু খহনীয়া নিয়ন্ত্ৰণ কৰাৰ বাবে অবাস্তৱ বুলি ২০১৭ৰ ৯ ছেপ্টেম্বৰতেই ঘোষণা কৰিছিল।

তাৰোপৰি, বিশেষজ্ঞ কমিটায়ে আৰু উল্লেখ কৰিছিল যে খনন কৰা চেনেলসমূহ বৰ্তি নাথাকিব কিয়নো সেয়া পুনৰ মাটিৰে ভৰ্তি হৈ যাব। তাৰোপৰি, ক্ৰমে বাঢ়ি গৈ থকা শাখাযুক্ত নদীৰ গতিপথে এক্সপ্ৰেছ ঘাইপথটো খান্দি পেলাব।
বিৰোধী নেতাগৰাকীয়ে কৈছে যে ৰাজ্য চৰকাৰে প্ৰকল্পটোৰ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিব লাগিব।

প্ৰথমতে, বিশেষজ্ঞ কমিটীৰ বিৰূপ প্ৰতিৱেদন সত্তেও চৰকাৰে কিয় প্ৰকল্পটো চৰকাৰীভাৱে ৰদ কৰা নাই

দ্বিতীয়তে, কোনটো কৰ্তৃপক্ষই প্ৰযুক্তি-অৰ্থনৈতিক সাধ্যতাৰৰ দিশটো অনুমোদন কৰিব?

তৃতীয়তে, জৰীপৰ আধাৰত প্ৰস্তুত ধাৰণাপত্ৰখন জল সম্পদ বিভাগে কোন কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছিল? চতুৰ্থতে, কেন্দ্ৰ চৰকাৰে প্ৰস্তুত কৰা গেদ ব্যৱস্থাপনাৰ ওপৰত খচৰা নীতিখনত ব্ৰহ্মপুত্ৰৰ খননক অনুমোদন জনোৱা হৈছে নেকি?

শইকীয়াই কৈছে যে এই প্ৰশ্নসমূহৰ উত্তৰে ব্ৰহ্মপুত্ৰ খননকাৰ্য আৰু এক্সপ্ৰেছ ঘাইপথ প্ৰকল্পটোৰ ভাগ্যক দিনৰ পোহৰৰ দৰে স্পষ্ট কৰি তুলিব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

October 23, 2026 5:17 pm
ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

October 23, 2026 4:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd