• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কূটনৈতিক বিপৰ্যয়! মোডীৰ দিনত হাতৰ পৰা ওলাই গ’ল বাজপেয়ীৰ দিনত নিৰ্মিত তাজিকিস্তানৰ আয়নি বিমান ঘাটি  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2025 12:12 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তাজিকিস্তানৰ আয়নি বিমানঘাটি। বিদেশৰ মাটিত ভাৰতৰ নিয়ন্ত্ৰণত থকা বিমান ঘাটি। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত আয়নি নতুন দিল্লীৰ নিয়ন্ত্ৰণলৈ আহিছিল। মধ্য এছিয়াত চীন আৰু ৰাছিয়াৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ এই পদক্ষেপ অতি তাৎপৰ্যপূৰ্ণ আছিল। পাকিস্তান অধিকৃত কাশ্মীৰো এই অঞ্চলৰ ঢুকি পোৱা স্থানত আছে।

কিন্তু বাজপেয়ীৰ যুগৰ সেই পদক্ষেপ মুখথেকেচা খাই পৰিল নৰেন্দ্ৰ মোডী চৰকাৰৰ শাসনকালত! প্ৰায় দুটা দশকৰ পাছত ভাৰতে তাজিকিস্তানৰ এই বিমান ঘাটিৰ পৰা আঁতৰি অহাৰ খবৰ আহিছে।

Apply Now

সূত্ৰ অনুসৰি তাজিকিস্তানে মূলতঃ চীন আৰু ৰাছিয়াৰ হেঁচাত ভাৰতৰ সৈতে আয়নি বিমান ঘাটিত চুক্তি নবীকৰণ কৰিব বিচৰা নাই। ফলত ২০২২ চনত ভাৰতে কৰ্মী আৰু সা-সৰঞ্জাম খালী কৰাৰ কাম আৰম্ভ কৰে। এই বিষয়ত কূটনৈতিক আৰু কৌশলগত বিষয়ত মোডী চৰকাৰৰ ভূমিকাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে।

এই সন্দৰ্ভত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ছ’চিয়েল মিডিয়াত লিখিছে, ‘একবিংশ শতিকাৰ আৰম্ভণিতে ভাৰতে আয়নি বিমান ঘাটিৰ নিয়ন্ত্ৰণ লৈছিল। ইয়াৰ দ্বাৰা আন্তঃগাঁথনিৰ বিকাশ কৰিছিল। ইয়াৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্থানৰ বাবে ইয়াক সম্প্ৰসাৰণৰ পৰিকল্পনাও কৰিছিল। যদিও চাৰি বছৰ পূৰ্বে চৰকাৰে তাৰ পৰা ক্ৰমান্বয়ে আঁতৰি অহাৰ সিদ্ধান্ত লয়। দেশৰ বাহিৰৰ একমাত্ৰ সামৰিক ঘাটিটোৰ পৰা আঁতৰি অহাৰ প্ৰক্ৰিয়াটো যেন সম্প্রতি সম্পূর্ণ হৈ পৰিছে৷ কূটনৈতিক কৌশলৰ ক্ষেত্ৰত ভাৰতৰ বাবে এয়া আন এক বিপৰ্যয়।‘

প্ৰতিবেদন অনুসৰি, ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছত ভাৰতে স্বাধীন তাজিকিস্তান চৰকাৰৰ সৈতে আয়নি বিমানঘাটিৰ বাবে চুক্তি স্বাক্ষৰ কৰে। ২০০১-০২ চনৰ ভিতৰত এই ক্ষেত্ৰত প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ভাৰতক তাজিকিস্তান চৰকাৰৰ সৈতে হোৱা চুক্তিৰ ভিত্তিত আয়নি বিমানঘাটি সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ দায়িত্ব দিয়া হৈছিল। তাজিকিস্তানে এই বিমান ঘাটিটো পৰিচালনা আৰু নিয়ন্ত্ৰণৰ দায়িত্বও  লীজৰ অংশ হিচাপে ভাৰতক অৰ্পণ কৰে।

ভাৰতে বিমান ঘাটিৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ কোটি ডলাৰ ব্যয় কৰিছিল। ৰাণৱেৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয়। ইন্ধন ভৰোৱাকে ধৰি বিভিন্ন আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছিল। এটা সময়ত সেনা আৰু বায়ুসেনাৰ প্ৰায় ২০০ জোৱানো তাত নিয়োজিত হৈছিল। এদশক পূৰ্বে SU-30MKI যুদ্ধ বিমান আৰু হেলিকপ্টাৰো তাত অস্থায়ীভাৱে নিয়োগ কৰা হৈছিল।

কেৱল সেয়াই নহয়, আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ পিছত তাজিকিস্তানত থকা বিমান ঘাটিটো তাৰ পৰা ভাৰতীয় নাগৰিক আৰু বিষয়াসকলক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd