• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰ্ঘেৰিটাত বিশ বছৰে চলি থকা কয়লাৰ চোৰাং বেহাৰ চি বি আই তদন্তৰ দাবী

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
June 3, 2020 8:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্তখননকলৈ এতিয়া উত্তাল সমগ্ৰ ৰাজ্য৷ একাংশ দল সংগঠনৰ স্পষ্ট কথা কয়লাৰ মুক্ত খনন চলাবলৈ দিয়া নহ’ব।

আনফালে একাংশৰ দাবী জাতীয় উদ্যোগটোৰ স্বাৰ্থত প্ৰয়োজনত কয়লা খননৰ অনুমতি দিব লাগে৷

Apply Now

এনে সময়তে এইবাৰ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টিৰাপ স্বায়ত্ত্বশাসিত দাবী সমিতিয়ে৷

শালেকী গাঁ‌ৱত আজি এখন সংবাদমেল অনুষ্ঠিত কৰি ভূমিপুত্ৰ মান টাই, চিংফৌ, চেমা, টাংচা আদি জনগোষ্ঠীয় লোকৰ দ্বাৰা গঠিত সংগঠনটোৱে স্পষ্ট কৰি দিয়ে তেওঁলোকৰ সৈতে আলোচনাৰ অবিহনে দিয়া নহ’ব কয়লা খননৰ অনুমতি৷

ৰাজহুৱা হুনানীৰ অবিহনে পাটকাইত কয়লা খনন মানি লোৱা নহ’ব। লগতে টিৰাপ ট্ৰাইবেল বেল্টত ৩০ হাজাৰ বিঘা জনজাতি ৰাইজৰ ভূমি বেদখল হৈ থকাৰ কথা প্ৰকাশ কৰি অতি শীঘ্ৰে বেদখল মুক্ত কৰিবলৈ দাবী জনায়৷

স্বাধীনতাৰ ৭৩ বছৰৰ পাছতো জনজাতিসকল সকলো ক্ষেত্ৰতে প্ৰবঞ্চিত বুলি ক্ষোভ প্ৰকাশ কৰি সংবাদমেলত ২০০৭ চনৰ নিৰুদিষ্ট জনজাতীয় নেতা পসন্ন তুৰুং নিৰুদিষ্ট হৈ থকাৰ ঘটনা পুনৰ চি বি আই তদন্তৰ দাবী তোলে৷

পূৰ্বতে তদন্ত হৈছিল যদিও চি বি আই মেনেজ হোৱাৰ বাবেই তদন্ত সঠিক নহ’ল বুলি অভিযোগ কৰি লগতে কয় যে সমগ্ৰ বিষয়টোত সেই সময়ৰ মাৰ্ঘেৰিটাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি সন্ধেহৰ আঙুলি আছে বুলি সমিতিৰ মুখপাত্ৰ পল্লৱশ্যাম বাইলুঙে কয়৷

আনহাতে শালেকীত হস্তুী কৰিডৰ থকা বুলি অপপ্ৰচাৰ চলি থকা বুলি প্ৰকাশ কৰি জনজাতীয় নেতা হ’খেত’ চেমাই ‘আমাৰ মাটিত জনগোষ্ঠীয় সকলক কয়লা খননৰ অনুজ্ঞা দিয়ক’ বুলি দাবী কৰে৷ অন্য এজন জনজাতীয় নেতা চেংগাম লাব্ৰামে অতিশীঘ্ৰে টিৰাপ স্বায়িত্ব শাসিত দাবী কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনায়৷

বিগত বিশ বছৰৰ পৰা ব্যাপক হাৰত কয়লাৰ চোৰাং বেহা চলি থকা বুলি প্ৰকাশ কৰি সংগঠনটোৱে ইয়াৰ চি বি আইৰ তদন্তৰ দাবী জনায়৷ ক’ল ইণ্ডিয়াই কয়লা খন কৰিলে কোনো আপত্তি নাই বুলি উল্লেখ কৰি কয়, ‘ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ সৈতে আলোচনা নকৰাকৈ বা পৰ্যাপ্ত সা সুবিধা নিদিয়াকৈ কোনো কথা মানি লোৱা নহ’ব’।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd