• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডোনাল্ড ট্ৰাম্পৰ প্ৰশংসাত পঞ্চমুখ বিন লাডেনৰ ভতিজী নুৰ বিন লাডেন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 7, 2020 12:12 pm

1 min read

noor-bin-laden
397
VIEWS
Share on FacebookShare on Twitter

টুইন টাৱাৰ ধ্বংসৰ জৰিয়তে আমেৰিকাৰ বুকুত কামোৰ মৰা অল কাইদাৰ নেতা বিন লাডেন বুলি ক’লেই এতিয়াও মাৰ্কিনবাসীয়ে ঘৃণাত নাক কোঁচায়।

সেইগৰাকী বিন লাডেনৰে ভতিজী নুৰ বিন লাডেন এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পৰম ভক্ত।

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে লাডেনৰ ভতিজীয়ে ছ’চিয়েল মিডিয়াত আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান।

লাডেনৰ ভতিজী নুৰ বিন লাডেন যদিও ছুইজাৰলেণ্ডত থাকে তথাপি তেওঁ ২০১৫ চনৰ পৰাই ট্ৰাম্পৰ সমৰ্থনত প্ৰচাৰ চলাই আহিছে।

নুৰৰ মাতৃ কাৰমেন ডুফুৰ ছুইজাৰলেণ্ডৰ এগৰাকী প্ৰসিদ্ধ লেখিকা।

তেওঁ ২০০৪ চনত লাডেনৰ পৰিয়ালৰ বিষয়ে এখন গ্ৰন্থ লিখি বেছ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

লাডেনৰ ভাতৃ য়েছলাম বিন লাডেনৰ সৈতে বিবাহপাশত আৱদ্ধ পোৱা ডুফুৰৰ বিবাহ বিচ্ছেদ ঘটিছিল ১৯৯৮ চনত।

লাডেনৰ ভতিজী নুৰে এই বুলি কৈছে যে কেৱল ডোনাল্ড ট্ৰাম্পেহে আমেৰিকাক ইছলামিক সন্ত্ৰাসবাদৰ পৰা ৰক্ষা কৰিব পাৰিব।

কেৱল আমেৰিকাই নহয়,সমগ্ৰ পশ্চিমীয়া ৰাষ্ট্ৰকে ট্ৰাম্পে সুৰক্ষা দিবলৈ সক্ষম হ’ব বুলি নুৰে মন্তব্য কৰিছে।

নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে লাডেনৰ ভতিজীয়ে ট্ৰাম্পক সমৰ্থন জনোৱাৰ কথাই ট্ৰাম্প বিৰোধী শিৱিৰত কঁপনি তোলা পৰিলক্ষিত হৈছে।

উল্লেখ্য চিকিৎসক চাকিল আফ্ৰিডীয়ে দিয়া তথ্যৰ ভিত্তিত ২০১১ চনৰ ২ মে’ত পাকিস্তানৰ এব’টাবাদত মাৰ্কিন নেভী ছীলে বিন লাডেনক হত্যা কৰিছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd