• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমলিংগৰ বিবাহক স্বীকৃতি নিদিয়ে কেন্দ্ৰই! : দিল্লী উঃ ন্যায়ালয়ত সমলিংগৰ বিবাহ বিৰোধিতা কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2020 8:46 pm
image

প্ৰতিকী ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমলিংগ বিবাহৰ স্বীকৃতি বিৰোধিতা কৰিছে বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰে।

সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এই সংক্ৰান্তীয় এখন ৰাজহুা স্বাৰ্থ জড়িত আবেদনৰ শুনানিত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে।

Apply Now

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দাবী কৰা হৈছে যে, “আমাৰ মূল্যবোধে সমলিংগৰ বিবাহক স্বীকৃতি দিয়া নাই।”

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ডি এন পেটেল আৰু ন্যায়াধীশ প্ৰতীক জালানৰ খণ্ড বিচাৰপীঠত হোৱা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদখনৰ শুনানিত আজি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, “আমাৰ আইন, মূল্যবোধ বা সমাজে সমলিংগ বিবাহক মান্যতা দিয়া নাই। এয়া হৈছে সমলিংগ যুগলৰ এক প্ৰতিশ্ৰুতিহে মাত্ৰ।”

উল্লেখ্য যে, ২০১৮ চনত সমলিঙ্গীয় সম্পৰ্ক কোনো ধৰণৰ অপৰাধ নহয় বুলি দেশৰ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল।

ইয়াৰ পিছতে ১৯৫৬ চনৰ হিন্দু বিবাহ আইনৰ অধীনত সমলিংগৰ বিবাহৰ স্বীকৃতি আৰু পঞ্জীয়ন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল অভিজিৎ আৰ্য়াৰ মিত্ৰ, গোপী শংকৰ এম, গীতি ঠাণ্ডানি আৰু জি উৱৰ্শী দৰে সমলিংগ বিবাহৰ স্বীকৃতিৰ দাবী কৰি অহা আন্দোলনকাৰীয়ে।

আবেদনকাৰীৰ যুক্তি আছিল যে হিন্দু বিবাহ আইনৰ ৫ নং ধাৰা অনুযায়ী বিবাহপাশত আৱদ্ধ হ’ব খোজা যুগল পুৰুষ বা নাৰী হ’ব লাগিব বুলি উল্লেখ নাই। কেৱল দুজন হিন্দুৰ মাজত বিবাহ সম্পন্ন হোৱাৰ কথাহে উল্লেখ আছে।

কিন্তু তেওঁলোকৰ যুক্তি খণ্ডন কৰি চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ দাবী যে এজন পুৰুষ আৰু নাৰীৰ মাজতহে বিবাহ সম্পন্ন হ’ব পাৰে।

তেওঁ লগতে কয় “২০১৮ চনত নভতেজ সিং জোহৰ শুনানিৰ ৰায়ত উচ্চতম ন্যায়ালয়ে ৩৭৭ ধাৰাৰ আংশিক ৰদ বদল কৰি সমলিংগ মানুহৰ ওপৰত থকা কেৱল মাত্ৰ অপৰাধী ছাপটোহে আঁতৰাই দিছিল, ইয়াতকৈ অধিক একো কৰা নাছিল।”

আবেদনকাৰী পক্ষৰ অধিবক্তা ৰাঘৱ অৱস্থিয়ে আদালতত কয়, “সমলিংগ যুগলৰ মাজত বিবাহ হ’লেও তাত আইনী বৈধতা নথকাৰ বাবে স্বীকৃতি লাভ কৰা নাই। ইয়াৰ ফলত তেওঁলোকৰ সমঅধিকাৰ খৰ্ব কৰা হৈছে। আনকি ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱনৰ অধিকাৰো উলংঘন কৰা হৈছে।”

দুয়োপক্ষৰ যুক্তি শুনি দিল্লী উচ্চ ন্যায়ালয়ে অহা ২১ অক্টোবৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

July 2, 2026 3:19 pm
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

July 2, 2026 3:16 pm
‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

July 2, 2026 3:13 pm
বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

July 2, 2026 3:19 pm
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

July 2, 2026 3:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd