• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2021 8:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড-১৯ৰ হটস্পট হিচাপে পৰিগণিত হৈছে হৰিদ্বাৰত আৰম্ভ হোৱা কুম্ভ মেলাস্থলী।

অনুষ্ঠিত হোৱা দুদিনৰ ভিতৰতে কুম্ভমেলাস্থলীত ১,০০০ জনতকৈও অধিক ভক্তৰ ক’ভিড পজিটিভ পোৱা গৈছে।

Apply Now

সোমবাৰে ৪০৮ জন ভক্তৰ ক’ভিড পজিটিভ পোৱাৰ বিপৰীতে মঙলবাৰে ই বাঢ়ি গৈ ৫৯৪ জন হৈছেগৈ।

ইয়াৰে ভিতৰত ৯জন পুৰোহিতৰো ক’ভিড পজিটিভ পোৱা গৈছে।

উত্তৰাখণ্ড চৰকাৰে এই কথা প্ৰকাশ কৰিছে।

হৰিদ্বাৰস্থিত ‘হোটেল শচীন ইণ্টাৰনেচনেল’ক ক’ভিড আইচলেচন কেন্দ্ৰ হিচাপে ঘোষণা কৰা হৈছে।

হোটেলখনৰ ৭২টা কোঠাত বৰ্তমান ১৫০ জনতকৈও অধিক ক’ভিড ৰোগীয়ে বাহৰ পাতিছে।

আনহাতে, বিষয়টো লৈ উদ্বীগ্ন হৈ পৰিছে বিভিন্ন ক্ষেত্ৰৰ লোকসকল।

বলিউডৰ জনপ্ৰিয় পৰিচালক ৰামগোপাল বাৰ্মাই এটা টুইটত কয় যে কুম্ভমেলাক ”কৰোণা এটম বম্ব” হৈ পৰিছে।

”মোৰ আচৰিত লাগিছে এই বিষাক্ত বিস্ফোৰণৰ বাবে কোন দায়ী হ’ব!”- পৰিচালকজনে কয়।

উল্লেখযোগ্য যে ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা কুম্ভ মেলা চাৰিখন চহৰত উদযাপন কৰা হয়- এলাহাবাদ, হৰিদ্বাৰ, নাছিক আৰু উজ্জয়িনী।

এইবাৰ এই মেলা হৰিদ্বাৰত অনুষ্ঠিত হৈছে।

দুমাহ ধৰি এই মেলা অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে সোমবাৰে ভাৰতে ক’ভিড-১৯ কেচৰ ক্ষেত্ৰত সংখ্যাগতভাৱে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত উপনীত হৈছে।

এইক্ষেত্ৰত ভাৰতে ব্ৰাজিলক অতিক্ৰম কৰিছে।

ইতিমধ্যে ভাৰতত মুঠ ১৩.৫ মিলিয়ন ক’ভিড কেচ পোৱা গৈছে।

ভাৰততকৈ আগত আছে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰত ৩১ মিলিয়ন লোক ক’ভিডত আক্ৰান্ত হৈছে।

এই পৰিস্থিতিৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলে কুম্ভ মেলা বাতিল কৰিবলৈ অনুৰোধ জনাইছিল, কিন্তু চৰকাৰে কৈছিল যে ক’ভিড বাধা-নিষেধসমূহ সঠিকভাৱে পালন কৰি কুম্ভ মেলা অনুষ্ঠিত কৰা হ’ব।

তদুপৰি চৰকাৰে কৈছিল যে কেৱল ক’ভিড টেষ্টত নিগেটিভ ৰিপ’ৰ্ট পোৱা লোকসকলকহে মেলাস্থলীত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব।

কিন্তু বৰ্তমান দেখা গৈছে কোনোধৰণৰ ক’ভিড বাধা নিষেধ নমনাকৈয়ে হাজাৰ হাজাৰ লোকে উত্তৰাখণ্ডৰ হৰিদ্বাৰত সমবেত হৈছে আৰু পবিত্ৰ গংগাত স্নান কৰিছে।

প্ৰশাসনে জনাইছে যে ভক্তৰ ব্যাপক সমাগমৰ বাবে সুৰক্ষা বিধিসমূহ আৰোপ কৰিবলৈ কঠিন হৈ পৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd