• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাইৰাছৰ ঘৰ চীন: ক’ৰ’ণাৰ পিছত এইবাৰ নতুন ভাইৰাছৰ সংক্ৰমণ, কি এই ভাইৰাছ?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2020 3:03 pm
a download
1.9k
VIEWS
Share on FacebookShare on Twitter

ভাইৰাছৰ অভিকেন্দ্ৰেত পৰিণত হৈছে চীন। সমগ্ৰ বিশ্বতে কোটি কোটি লোকক আক্ৰান্ত কৰা ক’ৰ’ণা ভাইৰাছৰ প্ৰথম সংক্ৰমণ ঘটা চীনত এইবাৰ সংক্ৰমণ আৰম্ভ হৈছে নতুন এবিধ ভাইৰাছৰ।

এই ভাইৰাছ বিধে চীনৰ বহু কণ কণ শিশুক আক্ৰান্ত কৰিছে যদিও ডাঙৰ সকলো  এই ভাইৰাছ বিধত আক্ৰান্ত হোৱাৰ পূৰ্ণ আশংকা আছে বুলি চীনৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।

চীনত নতুনকৈ সংক্ৰমণআৰম্ভ হোৱা ভাইৰাছ বিধৰ নাম নোৰো।

এই ভাইৰাছত আক্ৰান্ত হ’লে লোক এজনে বমি কৰিবলৈ ধৰে আৰু এটা সময়ত লোকজন লেবেজান হৈ পৰে।

সঠিক সময়ত চিকিৎসা সেৱা লাভ নকৰিলে এই ভাইৰাছত আক্ৰান্ত লোক এজনৰ মৃত্যু ঘটাটো নিশ্চিত।

চীনৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত ছিচুৱান প্ৰদেশৰ জিগং নামৰ চহৰ খনৰ কেইহবা খনো বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।

ছিচুৱান প্ৰদেশৰ উপৰি ছানজি আৰু লায়নিং প্ৰদেশৰো বহু ছাত্ৰ-ছাত্ৰী এই ভাইৰাছত আক্ৰান্ত হৈছে।

দেশ খনৰ স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে ক’ৰ’ণাতকৈয়ো নোৰো ভাইৰাছ অধিক সংক্ৰমণশীল আৰু ভয়াৱহ।

কাৰণ ৰোগীয়ে বমি কৰাৰ পিছত সেই বমিৰ পৰাই বহুতৰে শৰীৰলৈ এই ভাইৰাছ বিয়পি পৰিব পাৰে।

২০১৯ চনতে চীনে নোৰো ভাইৰাছৰ ভেকচিনৰ পৰীক্ষণৰ অনুমতি দিছিল যদিও এতিয়ালৈকে বজাৰলৈ অহা নাই ভেকচিন।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd