• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অক্সফোৰ্ডৰ পৰীক্ষামূলক কোভিড-১৯ ভেকচিনৰ বান্দৰৰ ওপৰত চলোৱা পৰীক্ষাত সুফল লাভ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2020 1:07 pm
Coronavirus_vaccine-750x375

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অক্সফোৰ্ডৰ জেনাৰ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে তৈয়াৰ কৰা সম্ভাৱ্য কৰ’না ভাইৰাছৰ ভেকচিনৰ ছয়টা বান্দৰৰ এটা দলৰ ওপৰত চলোৱা পৰীক্ষাত কিছু যোগাত্মক সংকেত লাভ কৰিছে।

প্ৰিপ্ৰিন্ট চাৰ্ভাৰ বায়’আৰএক্সিভ (preprint server bioRxiv)ৰ প্ৰতিবেদন অনুসৰি ভেকচিনৰ প্ৰয়োগ কৰা কেইটামান বান্দৰৰ ১৪ দিনৰ ভিতৰত কৰ’না ভাইৰাছৰ বিৰুদ্ধে এন্টিবডী তৈয়াৰ হৈছে।

Apply Now

আনহাতে, ভাইৰাছৰ শক্তিশালী মাত্ৰা প্ৰয়োগ কৰাৰ পূৰ্বে আটাইকেইটা বান্দৰৰে ২৮ দিনৰ ভিতৰত সুৰক্ষামূলক এন্টিবডী তৈয়াৰ হৈছে।

প্ৰয়োগৰ পাছত দেখা গৈছে যে ভেকচিনটোৱে হাওঁফাওৰ ক্ষতি ৰোধ কৰাৰ লগতে ভাইৰাছটোৱে ইয়াৰ বৃদ্ধি কৰাত বাধাত দিছে।

লণ্ডন স্কুল অফ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনৰ ফাৰ্মাক’পাইডেমিওলজিৰ এগৰাকী অধ্যাপক ষ্টিফেন ইভানছে কয় যে কৰ’না ভাইৰাছৰ বান্দৰৰ ওপৰত চলোৱা পৰীক্ষামূলক ভেকচিনৰ সম্বাৱনাপূৰ্ণ ফলাফল এক ‘ভাল খৱৰ’।

তেওঁ লগতে কয় যে বিশেষকৈ আশ্বাস দিব পৰা ইয়াৰ এটা ভাল দিশ হৈছে যে ইয়াত কোনো প্ৰতিৰোধ বৃদ্ধি কৰা ফলত হ’ব পৰা ৰোগৰ প্ৰমান নাই যিটোৱে এটা ভাইৰাছৰ বিৰুদ্ধে সুৰক্ষা দিয়াৰ পৰিৱৰ্তে প্ৰকৃততে ৰোগটো অধিক বেয়ালৈ নিব পাৰে।

অক্সফোৰ্ড য়ুনিভাৰ্ছিটিৰ এক বিবৃতিত কোৱা হৈছে যে সম্ভাৱনাপূৰ্ণ ভেকচিনটো এটা এডেনোভাইৰাছ ভেকচিন ভেক্টৰ (ChAdOx1)হে।

‘’SARS-CoV-2 (COVID-19)ৰ বাবে ইয়াক আটাইতকৈ উপযুক্ত ভেকচিন প্ৰযুক্তি হিচাপে পছন্দ কৰা হৈছে কিয়নো ই এটা ড’জৰ পৰাই এক শক্তিশালী প্ৰতিৰোধ ক্ষমতা তৈয়াৰ কৰিব পাৰে আৰু ই ভাইৰাছটোৰ প্ৰতিকৃতি সৃষ্টি নকৰে। গতিকেই ই ভেকচিন প্ৰদান কৰা ব্যক্তিৰ গাত চলি থকা সংক্ৰমণ ঘটাব নোৱাৰে,’’-বিবৃতিটোত লগতে কোৱা হয়।

‘’এডেনোভাইৰেল ভেক্টৰছ হৈছে এটা অতি পৰীক্ষিত ধৰণৰ ভেকচিন যাক হেজাৰবাৰ এবছৰৰ পৰা ৯০ বছৰৰ ব্যক্তিলৈকে ১০টাতকৈয়ো অধিক বিভিন্ন ৰোগক লক্ষ্য কৰি সুৰক্ষিতভাৱে ব্যৱহাৰ কৰি অহা হৈছে,’’-ইয়াত লগতে কোৱা হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd