• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজ গৃহ পালেহি বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু হোৱা পবিত্ৰ পেগুৰ মৃতদেহ; তদন্তৰ দাবী

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , January 22, 2021 1:01 pm

2 min read

নিজ গৃহ পালেহি বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু হোৱা পবিত্ৰ পেগুৰ মৃতদেহ; তদন্তৰ দাবী

ফটো : নৰ্থ-ইষ্ট নাও

255
VIEWS
Share on FacebookShare on Twitter

বহি:ৰাজ্যৰ বাংগালুৰুত ৰহস্যজনক ভাৱে মৃত্যু হোৱা পবিত্ৰ পেগু নামৰ যুৱকজনৰ মৃতদেহ আজি পুৱা বোকাখাত আহি পায়।

বোকাখাত নগৰৰ পৰা পবিত্ৰ পেগুৰ মৃতদেহ সমদল কৰি নিজৰ বাসগৃহ ২ নং আদৰ্শ মিছিং গাঁৱলৈ নিয়া হয়।

গাঁৱৰ অগনন লোকে এই সমদলত অংশগ্ৰহণ কৰে।

বাংগালুৰুত কৰ্মৰত পবিত্ৰ পেগু কিছুদিনৰ পৰা বাংগালুৰুতেই নিৰুদ্দেশ হৈ আছিল।

উল্লেখ্য যে যোৱা ডেৰটা বছৰ পূৰ্বে বাংগালুৰুলৈ কৰ্মসূত্ৰে যোৱা বোকাখাতৰ ২নং আদৰ্শ মিছিং গাঁৱৰ যুৱক পবিত্ৰ পেগু যোৱা ১২ জানুৱাৰিত নিজ গৃহলৈ উভতি অহাৰ কথা আছিল।

যাৰ বাবে ১১ জানুৱাৰিত ৰেইলৰ টিকট কনফাৰ্ম হৈছিল পবিত্র পেগুৰ আৰু ১২ জানুৱাৰিত উভটি অহাৰ কথা আছিল নিজ গৃহলৈ।

ফোনযোগে পবিত্রই এই কথা অৱগতও কৰিছিল পিতৃক।

কিন্তু ১২ জানুৱাৰিৰ পৰাই ৰহস্যজনকভাৱে বাংগালুৰুতে নিৰুদ্দেশ হয় পবিত্ৰ পেগু।

ইয়াৰ পিছতেই বাংগালুৰুৰ পৰা সতীৰ্থই ফোনযোগে পবিত্ৰ পেগুৰ মৃতদেহ চেশ্ৰাদ্ৰিপুৰমৰ ৰেইললাইনৰ পৰা উদ্ধাৰ হোৱাৰ কথা পৰিয়ালক জনায়।

১৮ জানুৱাৰfৰ দিনা চেশ্ৰাদ্ৰিপুৰম আৰক্ষীয়ে ৰেইল লাইনৰ পৰা উদ্ধাৰ কৰে পবিত্ৰ পেগুৰ মৃতদেহ।

ঘটনাৰ পিছতেই পৰিয়ালৰ লোকে পবিত্ৰৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি বোকাখাত আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

আজি যুৱকজনৰ মৃতদেহ বোকাখাত পোৱাৰ পিছত বোকাখাতৰ ২ নং আদৰ্শ মিছিং গাঁৱত শোকাকূল পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে গাঁওবাসীৰ লগতে বিভিন্ন দল-সংগঠনে পবিত্ৰ পেগুৰ হত্যাৰ উচিত তদন্তৰ দাবী কৰিছে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd