• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ৰত্ন মেৰীকমলৈ পদ্ম বিভূষণ; নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী এছ চি জমিৰলৈ পদ্মভূষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2020 7:48 am
Mary-Kom

এম চি মেৰীকমৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৭১ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ১৫গৰাকী ব্যক্তিলৈ পদ্ম সন্মান ২০২০’আগবঢ়োৱা হৈছে।

প্ৰসিদ্ধ ক্ৰীড়াবিদ বক্সিঙৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমলৈ আগবঢ়োৱা হৈছে পদ্ম বিভূষণ সন্মান।

Apply Now

সেইদৰে নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী  এছ চি জমিৰলৈ আগবঢ়োৱা হৈছে পদ্ম ভূষণ সন্মান।

আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ ১৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে এই বছৰৰ পদ্মশ্ৰী সন্মান।

কলা, সমাজ সেৱা, ৰাজহুৱা কাম, চিকিৎসা, সাহিত্য, শিক্ষা তথা ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা এইসকল ব্যক্তিক পদ্ম সন্মান প্ৰদান কৰা হ’ব।

অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা তথা দেশৰ একমাত্ৰ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মনিপুৰৰ মেৰীকমক তেওঁৰ ক্ৰীড়াক্ষেত্ৰত ব্যতিক্ৰমী তথা বিশিষ্ট সেৱাৰ বাবে পদ্ম বিভূষণ সন্মান আগবঢ়োৱা হৈছে।

নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা উৰিষ্যা, মহাৰাষ্ট্ৰ, গুজৰাট, গোৱাৰ প্ৰাক্তন ৰাজ্যপাল এছ চি জমিৰক তেওঁৰ ৰাজহুৱা জীৱনত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে পদ্ম ভূষণ বঁটা আগবঢ়োৱা হৈছে।

ইপিনে পদ্ম বঁটা প্ৰাপকসকলৰ মাজত অসমৰ ৫জন লোকে পদ্মশ্ৰী বঁটা লাভ কৰিছে।

বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ আগ বঢ়োৱা অনন্য বৰঙনিৰ বাবে অসমৰ পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মালৈ পদ্ম শ্ৰী সন্মান আগ বঢ়োৱা হৈছে।

ডা: কুশল কোঁৱৰ শৰ্মাৰ উপৰি চিকিৎসা শিতানত ডা: ৰবি কুমাৰ আৰ, কলাত ইন্দিৰা পি পি বৰা আৰু সাহিত্য আৰু শিক্ষাৰ শিতানত ড০ যোগেন্দ্ৰ নাথ ফুকন আৰু লীল বাহাদুৰ ছেত্ৰীলৈ পদ্মশ্ৰী বঁটা আগ বঢ়োৱা হৈছে।

উৎকৃষ্ট মানৰ অসমীয়া গল্প, উপন্যাস লিখি অসমীয়া সাহিত্যলৈ মূল্যৱান বৰঙনি আগ বঢ়াই অহা অৰুণাচল প্ৰদেশৰ য়েছে দৰ্জী ঠংছিকো সাহিত্য আৰু শিক্ষা শিতানত পদ্মশ্ৰী বঁটা আগ বঢ়োৱা হৈছে।

মনিপুৰৰ মহিলা ফুটবলাৰ তথা ২০১৭বৰ্ষৰ অৰ্জুন বঁটা লাভ কৰা ঐনাম বেমবেম দেৱীলৈও ক্ৰীড়াক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।

সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে এইবাৰ পদ্মশ্ৰী লাভ কৰা সকলৰ ভিতৰত আছে ত্ৰিপুৰাৰ বেনীচন্দ্ৰ জামাতিয়া, মিজোৰামৰ চি কামলোভা আৰু পু লালবিয়াকথাংগা পাচুৱাও।

আনহাতে, সমাজ সেৱাৰ বাবে পদ্মশ্ৰী লাভ কৰিছে অৰুণাচল প্ৰদেশৰ সত্যনাৰায়ন মুন্দায়ুৰ আৰু কৃষিত আগবঢ়োৱা বৰঙণিৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে মেঘালয়ৰ ত্ৰিনিটি ছাইয়ুক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm
বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd