• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বিজয় কামনা কৰিছে পাকিস্তানী-বাংলাদেশীয়ে; কিন্তু কিয়?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
June 30, 2019 1:01 pm
Virat-Kohli_710x400xt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই চি চি বিশ্বকাপ-২০১৯ ৰ দেওবাৰে  ইংলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ ৩৮ সংখ্যক খেলখনত পাকিস্তান আৰু বাংলাদেশৰ অনুৰাগীসকলে টীম ইণ্ডিয়াৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিব। কিয়নো ভাৰত জিকিলেই পাকিস্তান আৰু বাংলাদেশৰ বিশ্বকাপৰ পৰৱৰ্তী যাত্ৰা উজু হ’ব।

দেওবাৰে এজবেষ্টনত ইংলেণ্ড হাৰিলে তেওঁলোকৰ বিশ্বকাপৰ যাত্ৰা ইয়াতেই ইতি পৰিব। এনেকুৱা পৰিস্থিতিত পাকিস্তান আৰু বাংলাদেশৰ ছেমিফাইনেলত প্ৰৱেশৰ সম্ভাৱনা মজবুত হৈ পৰিব।

Apply Now

এই বিশ্বকাপৰ গণিত অনুসৰি পাকিস্তানৰ আশা এতিয়াও সজীৱ হৈ আছে। পাকিস্তানে এতিয়ালৈকে ৮খন মেচ খেলি ৪খনত জয়লাভ কৰাৰ বিপৰীতে ৩ খনত হাৰিছে আৰু এখন বাতিল হৈছে। এইদৰে দলটোৱে ৯ অংকৰে পইন্ট তালিকাৰ চতুৰ্থ স্থানত আছে।

পাকিস্তানৰ পৰৱৰ্তী খেলখন আছে বাংলাদেশৰ বিৰুদ্ধে আৰু সেই মেচখনত পাকিস্তানে যিকোনো উপায়ে বিজয়ী হোৱাৰ লগতে আজি ইংলেণ্ডৰ পৰাজয় আৰু ভাৰতৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব।

আনহাতে, প্ৰতিযোগিতাখনত বাংলাদেশে ৭ খন মেচ খেলিছে আৰু ইয়াৰে তিনিখনত বিজয়ী আৰু আন তিনিখনত পৰাজিত হোৱাৰ বিপৰীতে এখন মেচ বৰষুণৰ বাবে বাতিল হৈছে। পইন্ট তালিকাত ৭ অংকৰে দলটো ছয় নম্বৰ স্থানত আছে।

পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশৰ বাবে বাংলাদেশে পৰৱৰ্তী দুয়োখন মেচতে জিকিব লাগিব। তদুপৰি, আজি ইংলেণ্ড পৰাজিত হোৱাৰ বাবে তেওঁলোকেও প্ৰাৰ্থনা কৰিব লাগিব। তেতিয়া হ’লে বাংলাদেশে ১১ পইন্ট লাভ কৰিব।

সেয়াই নহয়, আজিৰ খেলখনত ভাৰত বিজয়ী হোৱাৰ কামনা কৰিছে নিউজিলেণ্ডেও। অন্তিম চাৰিটা স্থানত স্থান লাভ কৰিবলৈ টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডক আৰু এখনকৈ মেচত জয়লাভ কৰিব লাগে।

ভাৰতৰ আৰু তিনিখন মেচ বাকী আছে আৰু এই তিনিখন মেচ ইংলেণ্ড, বাংলাদেশ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে আছে। আনহাতে, অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হোৱাৰ পাছত নিউজিলেণ্ডে এতিয়া ইংলেণ্ডক অতিক্ৰম কৰিহে নিজৰ স্থান বনাব লাগিব। সেয়েহে, দেওবাৰৰ খেলখনত নিউজিলেণ্ডেৰ সমৰ্থকসকলেও টীম ইণ্ডিয়াৰ বিজয়ৰ বাবেই প্ৰাৰ্থনা কৰিব।

উল্লেখযোগ্য যে টীম ইণ্ডিয়াই যদি ইংলেণ্ডক পৰাজিত কৰে আৰু পাকিস্তানে পৰৱৰ্তী দুয়োখন মেচতে জয়লাভ কৰে, তেনেহ’লে দুয়োখন চুবুৰীয়া দেশে ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰে। এনেকুৱা পৰিস্থিতিত শ্ৰীলংকাই কমেও দুখন মেচত হাৰিব লাগিব। আনহাতে, ইংলেণ্ডে যদি বাকী দুয়েখন মেচতে পৰাজিত হয় তেতিয়াহ’লে তেওঁলোকে ৮ পইন্টতে সন্তুষ্ট থাকিব লাগিব।

আনহাতে, পাকিস্তান আৰু বাংলাদেশে যদি এখনকৈ মেচত জয়লাভ কৰে তেনেহ’লে তেওঁলোকে ৯ পইন্টকৈ লাভ কৰিব। এনে পৰিস্থিতিত ভাল ৰাণ ৰেটৰ আধাৰত বাংলাদেশ আগত থাকিব। যদি ইংলেণ্ড, পাকিস্তান আৰু বাংলাদেশ তিনিটা দলেই এখনকৈ মেচত বিজয়ী হৈ যায় তেতিয়াহ’লে ইংলেণ্ড চাৰি নম্বৰ স্থানত উপনীত হ’ব কিয়নো  তেতিয়া তেওঁলোকৰ ১০ পইন্ট হৈ যাব। এইক্ষেত্ৰতো কিন্তু শ্ৰীলংকাই কমেও দুখন মেচত হাৰিব লাগিব।

মুঠতে, এনেকুৱা বহু সমীকৰণৰ মাজত আজি (দেওবাৰে) হ’বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ যুঁজখনত বিশেষকৈ পাকিস্তান আৰু বাংলাদেশৰ তীক্ষ্ণ নজৰ থাকিব। কিয়নো আজিৰ ফলাফলে তেওঁলোকৰ ভৱিষ্যৎ নিৰ্দ্ধাৰণ কৰিব।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd