• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্বল আয়াৰলেণ্ডৰ বিৰুদ্ধেও কষ্টকৰ জয়! টী-২০ বিশ্বকাপৰ অভিযান সামৰিলে পাকিস্তানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2024 9:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰৰ টী-২০ বিশ্বকাপত পাকিস্তান দলটোৰ বিষয়ে এই কথা সহজেই ক’ব পাৰি যে দলটোৰ মাজত সংহতিৰ একেবাৰে অভাৱ আছিল। বাবৰ আজমৰ দলটোৱে চলিত টী-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাটো ইতিমধ্যে নিশ্চিত হৈছিল। দেওবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা নিয়মৰক্ষাৰ মেচতো পৰাজয়ৰ আশংকাই খেদি ফুৰে পাকিস্তান দলটোক।

কেনেবাকৈ পাকিস্তানে ৩ উইকেটত জয়লাভ কৰে। মাত্ৰ ১০৭ ৰানৰ লক্ষ্য খেদি বাবৰ বাহিনীৰ ঘাম ওলাই গ’ল। ৪খন মেচ খেলি পাকিস্তানে ৪ পইণ্ট লাভ কৰি গ্ৰুপ এ-ত ৩য় স্থান দখল কৰে। ৪খন মেচ খেলাৰ পিছত আয়াৰলেণ্ডে ১ পইণ্টেৰে ৫ম স্থান লাভ কৰে। আয়াৰলেণ্ডেই একমাত্ৰ এই গ্ৰুপত কোনো জয় নাপালে।

দুৰ্বল আয়াৰলেণ্ডৰ বিৰুদ্ধেও পাকিস্তানৰ কোনো বেটছমেনে অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলে। দেওবাৰৰ দিনটোত অধিনায়ক বাবৰে অপেনিং কৰা নাছিল। তেওঁ ৩ নম্বৰত বেটিং কৰি ৩৪টা বলত ৩২ ৰান কৰি অপৰাজিত হৈ থাকে।

Apply Now
ফটো সৌজন্যঃ আইচিচি।

অ’পেনাৰ মহম্মদ ৰিজৱানে ১৭ ৰান সংগ্ৰহ কৰে। আনজন অ’পেনাৰ ছায়েম আয়ুবেও ১৭ ৰান সংগ্ৰহ কৰে। ফকৰ জামান (৫), উছমান খান (২), ছাদাব খান (০), ইমাদ ৱাছিম ​​(৪) ভাল বেটিং কৰিব নোৱাৰিলে। আব্বাছ আফ্ৰিদীয়ে ১৭ ৰান সংগ্ৰহ কৰে। ৫টা বলত ১৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে শ্বাহীন শ্বাহ আফ্ৰিদি।

এই মেচখনত আয়াৰলেণ্ডে ৩২ ৰানত ৬টা উইকেট হেৰুৱাইছিল। তাৰ পিছত গেৰেথ ডেলানীয়ে অলপ যুঁজ দিয়ে। তেওঁ ১৯টা বলত ৩১ ৰান সংগ্ৰহ কৰে। মাৰ্ক আডাইৰে ১৫ ৰান সংগ্ৰহ কৰে। ১৮টা বলত ২২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে জোছুয়া লিটলে। ফলত আয়াৰলেণ্ডে ৯ উইকেটত ১০৬ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ আইচিচি।

পাকিস্তানৰ হৈ শ্বাহীন আৰু ইমাদে ৩টাকৈ উইকেট দখল কৰে। মহম্মদ আমিৰে দুটা উইকেট দখল কৰে। হেৰিছ ৰাউফে ১ টা উইকেট পায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd