• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডিজেলত ৩০ আৰু পেট্ৰলত ১২ ​​টকাকৈ মূল্য হ্ৰাস – ৰাইজক সকাহ দিবলৈ চৰকাৰৰ ডাঙৰ ঘোষণা

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
May 18, 2023 10:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত কিছু সকাহ পালে পাকিস্তানৰ সাধাৰণ নাগৰিকে। তীব্ৰ আৰ্থিক সংকট আৰু ৰাজনৈতিক অস্থিৰতাৰ মাজতে পাকিস্তানৰ চৰকাৰে হ্ৰাস কৰিছে পেট্ৰল-ডিজেলৰ মূল্য। ফলত সংকটত পৰা পাকিস্তানৰ নাগৰিকে কিছু হ’লেও সকাহ লাভ কৰিছে। 

সামাজিক মাধ্যমত পোৱা তথ্য অনুসৰি পাকিস্তানত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১২ টকা আৰু ডিজেলৰ মূল্য ৩০ টকা হ্ৰাস কৰা হৈছে। 

Apply Now

পাকিস্তানৰ বিত্তমন্ত্ৰী ইছাক দাৰে যোৱা সোমবাৰে ঘোষণা কৰে যে সংশোধিত মূল্য ১২ বজাৰ পিছত বলৱৎ হ’ব আৰু ৩১ মে’লৈকে বলৱৎ হ’ব।

লগতে পঢ়কঃ খাদ্যত বিষক্ৰিয়া! নগাঁৱত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পাছতে অসুস্থ অৰ্ধশতাধিক শিক্ষাৰ্থী

ইয়াৰ লগতে চৰকাৰে লঘু ডিজেল আৰু কেৰাচিন তেলৰ মূল্যও প্ৰতি লিটাৰত ১২ টকা হ্ৰাস কৰিছে। 

বিত্তমন্ত্ৰী ইছাক দাৰে কয় যে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকে ৰাইজক যিমান পাৰি সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত তেওঁ পৰিবহণ মাধ্যমক ৰাইজৰ সুবিধাৰ বাবে ভাড়া হ্ৰাস কৰিবলৈ কয়।

মন কৰিব যে হাই স্পীড ডিজেলৰ মূল্য ৩০ টকা, পেট্ৰ’লৰ ১২ টকা, কেৰাচিন ১২ টকা আৰু লঘু ডিজেলৰ মূল্য ১২ টকা হ্ৰাস কৰা হৈছে। ফলত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ২৭০ টকা, হাই স্পীড ডিজেল প্ৰতি লিটাৰত ২৫৮ টকা, প্ৰতিলিটাৰ কেৰাচিন অইলৰ মূল্য ১৬৪.০৭ টকা আৰু লঘু ডিজেলৰ মূল্য ১৫২.৬৮ টকালৈ হ্ৰাস পাইছে।

উল্লেখ্য যে ইতিমধ্যে ঋণৰ বোজাত পৰি থকা পাকিস্তানৰ অৱস্থা অতি দুখজনক। আনকি, সেই দেশৰ অৰ্থনীতিও গভীৰভাৱে প্ৰভাৱিত হৈছে। যোৱা বছৰৰ পৰা পাকিস্তানে আই এম এফৰ সৈতে বেইলআউট পেকেজৰ বাবে আলোচনাত মিলিত হৈছে। অৱশ্যে এইয়া এতিয়াও কাৰ্যকৰী হোৱা নাই। 

লগতে পঢ়কঃ হত্যাৰ বলি হৈছিল নেকি জোনমণি! প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই দিছে নতুন ইংগিত

শেহতীয়াকৈ আই এম এফে পাকিস্তানৰ পৰা ৮ বিলিয়ন ডলাৰ দাবী কৰিছিল। ইয়াৰ উপৰিও আই এম এফে লগতে কয় যে বাকী থকা ঋণ পৰিশোধ কৰাৰ পিছতহে বেইলআউট পেকেজ জাৰি কৰা হ’ব।

ইফালে পাকিস্তান পৰিসংখ্যা ব্যুৰোৰ পৰিসংখ্যা অনুসৰি মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। কেৱল সেয়াই নহয়, ১৯৬৫ চনৰ পিছত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বোচ্চ স্তৰত আছে। যোৱা এপ্ৰিল মাহত বাৰ্ষিক ভিত্তিত মুদ্ৰাস্ফীতিৰ হাৰ ৩৬.৪ শতাংশ আছিল। আনহাতে বিগত মাহত ৩৫.৪ শতাংশ আছিল।

Petroleum Products Prices
from 16 May to 31 May’23:

Reductions per litre:
High Speed Diesel—Rs 30
Petrol—Rs 12
Kerosene Oil—Rs 12
Light Diesel Oil—Rs 12

New Prices per litre:
Petrol—Rs 270
HighSpeed Diesel—Rs 258
KeroseneOil—Rs 164.07
Light Diesel Oil—Rs 152.68

AlhamdoLilah!

— Ishaq Dar (@MIshaqDar50) May 15, 2023

ইয়াৰ মাজতে এতিয়া অত্যাৱশকীয় পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ কথাই দেশখনৰ নাগৰিকক ভালেমান সকাহ প্ৰদান কৰিছে।

লগতে পঢ়কঃ হিন্দু যুৱকৰ বাইকত মুছলমান যুৱতী! বাইক ৰখাই হিন্দু যুৱকক প্ৰহাৰ মুছলমান যুৱকৰ

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd