• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰাসায়ী পাকিস্তান! ২৫ মিনিটত পাকিস্তানলৈ ২৪টা ক্ষেপণাস্ত্ৰ নিক্ষেপ ভাৰতীয় সেনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2025 1:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্দুকধাৰীয়ে জম্মু-কাশ্মীৰৰ পেহলগাম আক্ৰমণ কৰাৰ দুসপ্তাহৰ পাছত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰৰ কমেও ৯টা স্থানত নিশাৰ ভাগত আক্ৰমণ চলায়। বুধবাৰে মাজনিশা এই আক্ৰমণত ভাৰতীয় সেনাই মাত্ৰ ২৫ মিনিটতে পাকিস্তানলৈ কমেও ২৪টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। পাকিস্তানত এই আক্ৰমণত কমেও ৭০ জন লোক নিহত হোৱা বুলি দাবী কৰিছে ভাৰতে। অৱশ্যে ভাৰতীয় সেনাৰ আক্ৰমণত ২৬ জন লোক নিহত হোৱা বুলি পাকিস্তানী সেনাই প্ৰকাশ কৰিছে।

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে বুধবাৰে দিল্লীত এখন সংবাদমেলত পাকিস্তানত সংঘটিত আক্ৰমণ সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে। তেওঁ কয় যে বুধবাৰে (৭ মে’) পুৱা ১:০৫ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত পাকিস্তানৰ ভূখণ্ডত আক্ৰমণ সংঘটিত হয়। ভাৰতীয় সেনা, নৌসেনা, আৰু বায়ুসেনাই যৌথভাৱে ‘অপাৰেচন সেন্দুৰ’ নামৰ এই অভিযান চলাইছিল। ভাৰতীয় সেনা বাহিনীয়ে ২৫ মিনিটত ৯টা লক্ষ্যত ২৪টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে।

Apply Now

সংবাদমেলত বিক্ৰম মিশ্ৰীৰ সৈতে সেনা বিষয়া কৰ্ণেল ছ’ফিয়া কুৰেশ্বি আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ ভয়োমিকা সিং উপস্থিত থাকে। মিশ্ৰীয়ে কয় যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানত এই আক্ৰমণ সংঘটিত হৈছে। পেহেলগামত সংঘটিত এই আক্ৰমণত ২৫ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিক নিহত হয়।

কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে কয় যে এই অভিযানে আমাৰ কৌশলৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে। যোৱা তিনিটা দশক ধৰি ইছলামবাদে পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰত সন্ত্ৰাসবাদী নিযুক্তি কেন্দ্ৰ, প্ৰশিক্ষণ মণ্ডল, পেডকে ধৰি আন্তঃগাঁথনি নিৰ্মাণ কৰি আহিছে। এই অভিযানৰ লক্ষ্য হৈছে সেইসমূহ ভাঙি পেলোৱা আৰু ভৱিষ্যতৰ আক্ৰমণ প্ৰতিৰোধ কৰা।

বিক্ৰম মিশ্ৰীয়ে কয় যে আমাৰ হাতত চোৰাংচোৱা তথ্য আছে যে ভাৰতৰ বিৰুদ্ধে আৰু অধিক আক্ৰমণৰ সম্ভাৱনা আছে। সেইবাবেই আজি পুৱা ভাৰতে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ প্ৰতিশোধ লোৱাৰ অধিকাৰ প্ৰয়োগ কৰিলে।

তেওঁ কয় যে, ভাৰতীয় সেনাবাহিনীৰ ক্ষেপণাস্ত্ৰই পাকিস্তানৰ মুজাফ্ফৰাবাদ, কোটলি, বাহাৱালপুৰ, ৰাৱালাকোট, চাকশ্বৰী, ভীম্বাৰ, নীলম উপত্যকা, ঝেলুম আৰু চাকৱালত থকা সন্ত্ৰাসবাদী সংস্থাপনসমূহক লক্ষ্য কৰি লৈছিল। আৰু আমাৰ হাতত চোৰাংচোৱা তথ্য আছে যে এই অঞ্চলসমূহ দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদী সংগঠনৰ আশ্ৰয়স্থল হৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd