• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানৰ মাৰ্বল শিলৰ খনিত ভয়াৱহ দুৰ্ঘটনা : ২২ জন শ্ৰমিক নিহত, বহু শ্ৰমিক আৱদ্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2020 6:58 pm
index.jpg
226
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ এটা মাৰ্বল শিলৰ খনিত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা।

সোমবাৰে ৰাতি আফগানিস্তান সীমান্তৰ অঞ্চলৰ খাইৱাৰ পখতুনখোৱা ৰাজ্যৰ পাৰ্বত্য জিলাৰ এটা মাৰ্বল খনিত শ্ৰমিকৰ ওপৰত মাৰ্বলৰ খণ্ড খহি পৰাত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো।

এই দুর্ঘটনাটোত মুঠ ২২ গৰাকী শ্ৰমিকৰ মৃত্যু ঘটিছে। আৰু ২০ জনৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে।

“মাৰ্বল শিলৰ খনিত ঘটা দুৰ্ঘটনাত এই পৰ্যন্ত ২২ জন লোকৰ মৃত্যু হৈছে। ঘটনাস্থলীত ততালিকে ১২ জন শ্ৰমিকৰ আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ১০ জনৰ মৃত্যু ঘটিছে।” পাকিস্তানৰ খনিজ সম্পদ মন্ত্ৰী মহম্মদ আৰিফে কয়।

ইফালে ধ্বংসস্তূপত বহু শ্ৰমিক আৱদ্ধ হৈ আছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰো আশংকা কৰিছে স্থানীয় প্ৰশাসনে।

প্ৰতিকূল বতৰৰ বাবে ধ্বংসস্তূপত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কাৰ্যত সমস্যাৰ সৃষ্টি হৈছে বুলি প্ৰকাশ কৰিছে প্ৰশাসনে।

ইফালে খনিজ সম্পদ মন্ত্ৰী গৰাকীৰ মতে খনিটোৰ ধ্বংসস্তূপত অন্ততঃ ২০ জন শ্ৰমিক আৱদ্ধ হৈ আছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১১ চনত পাকিস্তানৰ বেলুচিস্তানৰ এটা কয়লা খনিত সংঘটিত বিস্ফোৰণত ৪৩ জন লোকৰ মৃত্যু হৈছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd