DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰত-চীন সীমান্ত উত্তেজনাৰ মাজতে জন্মু-কাশ্মীৰত ৪০০ সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ পৰিকল্পনা পাকিস্তানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2020 3:39 pm
911005-pakistani-terrorists-new
378
VIEWS
Share on FacebookShare on Twitter

ভাৰতক অশান্ত কৰি তোলাৰ বাবে দুই প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তান আৰু চীন একত্ৰিত হৈছে নেকি? ভাৰত-চীন সীমান্তৰ উত্তেজনা অব্যাহত সময়ত পাকিস্তানে গ্ৰহণ কৰা ভূমিকাই তেনে ইংগিতকে যেন দাঙি ধৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদ প্ৰতিষ্ঠানে চোৰাংচোৱা বিভাগৰ সূত্ৰৰ উৎসৰ ভিত্তিত এই আশংকা কৰি বাতৰি প্ৰকাশ কৰিছে।

তথ্যৰ মতে লাডাখৰ ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুই দেশৰ মাজত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে ভাৰতীয় ভূখণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰেদি পাকিস্তানে প্ৰায় ৪০০ সন্ত্ৰাসবাদী ভাৰতত অনুপ্ৰৱেশৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

সূত্ৰটোৰ মতে ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখাৰ বিভিন্ন স্থানত ৪০০ সন্ত্ৰাসবাদীয়ে অৱস্থান কৰিছে আৰু তেওঁলোকক ভাৰতত প্ৰৱেশৰ বাবে পাক সেনাবাহিনীয়ে সহায় কৰাৰ দায়িত্বও গ্ৰহণ কৰিছে।

ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহৰ তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে এই সন্ত্ৰাসবাদীসকলক ভাৰতত অনুপ্ৰৱেশ কৰাত সহায় কৰিবলৈকে পাকিস্তানী সেনা বাহিনীয়ে সীমান্তত বাৰে বাৰে যুদ্ধ বিৰতি উলংঘন কৰি আহিছে।

ইফালে পাকিস্তানী সেনাবাহিনীয়ে ভাৰতীয় নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰিবলৈ বৰ্ডাৰ একশ্যন টিম(BAT) গঠন কৰি সক্ৰিয় কৰি ৰাখিছে। এল অ’ চি সংলগ্ন অঞ্চলসমূহত পাকিস্তানী সেনা বাহিনীৰ শিবিৰত পাক সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ আছে বুলিও চোৰাংচোৱা সংস্থাসমূহে প্ৰকাশ কৰিছে।

চোৰাংচোৱাৰ প্ৰতিবেদনৰ মতে গুৰেজ, মাছাৱ, কেৰাণ ছেক্টৰ, টংধৰ ছেক্টৰ, নোগাম ছেক্টৰ, উড়ি সংলগ্ন পেড লাঞ্চিং, বিম্ভৰ গলি সংলগ্ন পেড লাঞ্চিং, কৃষ্ণ সংলগ্ন পেড লাঞ্চ কৰা উপত্যকা, নাওচেৰা, আসনূৰ আৰু ড্ৰাচ ছেক্টৰত সন্ত্ৰাসবাদীৰ বিশাল সমাৱেশ দেখা গৈছে।

ইফালে ভাৰতীয় সুৰক্ষা সংস্থাসমূহে ভাৰত-চীন সীমান্ত বিবাদ তথা উত্তেজনাৰ সুযোগ গ্ৰহণ কৰি পাকিস্তান সেনাবাহিনীয়ে তেনে ধৰণৰ কাৰ্যকলাপ বৃদ্ধি কৰিলেও ভাৰতীয় সেনাবাহিনীও সতৰ্ক হৈ আছে বুলি জনাইছে।

ভাৰতীয় সুৰক্ষা সংস্থাসমূহে দাবী কৰিছে যে পাকিস্তান সেনাবাহিনীয়ে নিয়্ন্ত্ৰণ ৰেখাৰে সন্ত্ৰাসবাদীক অনুপ্ৰৱেশ কৰোৱাত ব্যৰ্থ হোৱাৰ ফলত অন্য নতুন পথ সন্ধান কৰিবলৈ বাধ্য হৈছে।

Recent News

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd