• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

জয় শ্বাহৰ মন্তব্যক লৈ ক্ষোভ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ: বিশ্বকাপ বৰ্জনৰ ভাবুকি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2022 9:11 am
Pakistan Threatens World Cup Pullout
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিচিচিআইৰ সচিব জয় শ্বাহে আগন্তুক বৰ্ষৰ এছিয়া কাপ সন্দৰ্ভত কৰা মন্তব্যই ক্ষোভিত কৰি তুলিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক। শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে এইবাৰ বিশ্বকাপ বৰ্জনৰ ভাবুকি দিছে পাকিস্তানে।

পিচিবিৰ এক সূত্ৰ অনুসৰি জয় শ্বাহে এছিয়া কাপ পাকিস্তানৰ পৰিৱৰ্তে আন কোনো নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰা হ’ব পাৰে বুলি মন্তব্য কৰাৰ পিছতে পিচিবিয়ে ভাৰতত অনুষ্ঠিত হোৱা ৫০ অভাৰৰ আইচিচি বিশ্বকাপত ভাগ নোলোৱাৰ কথা চিন্তা কৰিছে।

Apply Now

পাকিস্তানে যদি এই শীৰ্ষ টুৰ্ণামেণ্ট সমূহত ভাৰতৰ সৈতে প্ৰতিদ্বন্দিতা নকৰে, তেতিয়া আইচিচি আৰু এচিচি যথেষ্টে লোকচানৰ সন্মুখীন হ’ব লাগিব বুলি পিচিবি জ্ঞাত আৰু সেয়ে পিচিবিয়ে বিশ্বকাপ বৰ্জন কৰিব পাৰে বুলি সূত্ৰটোৱে উল্লেখ কৰিছে।

তদুপৰি পিচিবিৰ এই বিষয়াগৰাকীৰ ভাষ্য অনুসৰি এছিয়া কাপ আয়োজনৰ স্বত্ব এচিচিৰ কাৰ্যবাহী পৰিষদে প্ৰদান কৰিছে আৰু ইয়াত অধ্যক্ষৰ কোনো ভূমিকা নাই।

এনে অৱস্থাত এচিচিৰ অধ্যক্ষ জয় শ্বাহে কি ক্ষমতাৰ আধাৰত এছিয়া কাপ পাকিস্তানৰ পৰা ইউ.এ.ই.- লৈ স্থানান্তৰ কৰিব বিচাৰি বিবৃতি দিছে সেই লৈও প্ৰশ্ন উত্থাপন কৰিছে।

অৱশ্যে জয় শ্বাহৰ মন্তব্য সন্দৰ্ভত এতিয়ালৈকে পিচিবিয়ে আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। পিচিবিৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে পিচিবিৰ অধ্যক্ষ ৰামিজ ৰাজাই এই বিষয়ত এচিচিলৈ এক পত্ৰ প্ৰেৰণ কৰিব।

এই পত্ৰ যোগে পিচিবি- এ জয় শ্বাহৰ বিবৃতিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে অহা মাহত মেলবৰ্ণত এচিচি বোৰ্ডৰ এখন জৰুৰী বৈঠক দাবী কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে আগন্তুক বৰ্ষত এছিয়া কাপ প্ৰতিযোগিতা পাকিস্তানত অনুষ্ঠিত হ’ব। এছিয়া কাপত অংশগ্ৰহণৰ বাবে বিচিচিআই- এ ভাৰতীয় দল পাকিস্তানলৈ প্ৰেৰণ কৰিব বুলি চৰ্চা চলিছিল যদিও বিচিচিআইৰ সচিব জয় শ্বাহে এই সম্ভাৱনা নাকচ কৰিছিল।

তদুপৰি এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰি থকা শ্বাহে ২০২৩ চনৰ এছিয়া কাপ পাকিস্তানৰ পৰিৱৰ্তে আন কোনো নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ বিষয়ে বিবেচনা কৰা হ’ব বুলি মন্তব্য কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm
বন্দীৰে উপছি পৰিছে কাৰাগাৰ, ন্যায়িক জিম্মাত মৃত্যু আৰু এইচ আই ভি আক্ৰান্তৰ চিকিৎসাক লৈ ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

বন্দীৰে উপছি পৰিছে কাৰাগাৰ, ন্যায়িক জিম্মাত মৃত্যু আৰু এইচ আই ভি আক্ৰান্তৰ চিকিৎসাক লৈ ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

July 17, 2026 3:44 pm
প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd