• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Pakistan Election: ৫বাৰকৈ বিয়া, অভিনয় এৰি এইবাৰ নিৰ্বাচনী যুঁজত নামিছে পাকিস্তানৰ জনপ্ৰিয় অভিনেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2023 1:14 pm
নূৰ বুখাৰী। ফটোঃ সংগ্ৰহীত।

নূৰ বুখাৰী। ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰত পাকিস্তানত সাধাৰণ নিৰ্বাচন। অহা ৮ ফেব্ৰুৱাৰীত চুবুৰীয়া দেশখনত নিৰ্বাচন অনুষ্ঠিত হ’ব। পাকিস্তানৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জনপ্ৰিয় অভিনেত্ৰী নূৰ বুখাৰীয়ে। ডাঙৰ পৰ্দাৰ চিনাকি মুখ নূৰ। এতিয়া তেওঁ পুৰাপুৰি ৰাজনীতিত খোজ দিবলৈ ওলাইছে। ইষ্টেহকাম-ই-পাকিস্তান পাৰ্টিত যোগদান কৰাৰ পিছত তেওঁ সাধাৰণ নিৰ্বাচনতো মনোনয়ন দাখিল কৰিছে।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত শাসন দখল কৰিবলৈ সকলো ৰাজনৈতিক দলে নিজৰ কৌশলৰ পৰিকল্পনা কৰিছে। সকলো ৰাজনৈতিক দলেই এতিয়া হাই ভল্টেজ প্ৰতিযোগিতাৰ প্ৰস্তুতিত ব্যস্ত। বহু আগতেই চলচ্চিত্ৰ জগতখনৰ লগত জড়িত হৈ পৰিছিল নূৰ। এতিয়া তেওঁৰ ৰাজনীতিৰ লগত জড়িত হোৱাৰ সময়।

নূৰ পেছাত এগৰাকী পাকিস্তানী অভিনেত্ৰী, পৰিচালক, মডেল আৰু টেলিভিছন উপস্থাপক। নূৰে ২২ বছৰত ৪৪খন উৰ্দু আৰু ২০খন পাঞ্জাবী ছবিত কাম কৰিছে। চলচ্চিত্ৰ জগতত নূৰ অতি জনপ্ৰিয়। কেইবাখনো ছবিত অভিনয় কৰি তেওঁ দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এখন বিখ্যাত ছবি হৈছে ‘মুঝে চান্দ চাহিয়ে’।

Apply Now

লগতে পঢ়কঃ `তুমি এবাৰ পাকিস্তানলৈ যোৱা উচিত’, অনুৰাগীক কিয় পাকিস্তানলৈ যাবলৈ পৰামৰ্শ দিলে ধোনীয়ে? ভাইৰেল ভিডিঅ’

ছবিত অভিনয় কৰাৰ উপৰিও নূৰে নাটকৰ জগতখনতো শক্তিশালী অভিনয় কৰা দেখা গৈছে। ফেশ্বন শ্ব’তো তেওঁক দেখা গৈছে। ২০০০ চনত অভিনয়ৰ জগতখনত তেওঁ প্ৰথম খোজ দিছিল। ২০১৭ চনত তেওঁ অভিনয়ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। পিছত তেওঁ ধৰ্মান্তৰকৰণৰ বিষয়ে তথ্য শ্বেয়াৰ কৰিবলৈ ইউটিউব চেনেল এটাও খুলিলে।

২০২২ চনৰ ৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল নূৰৰ ৰাজনৈতিক যাত্ৰা। স্বামী আওৱন চৌধুৰীৰ ইষ্টেহকাম-ই-পাকিস্তান পাৰ্টি (আই পি পি)ত যোগদান কৰে। মহিলাৰ বাবে সংৰক্ষিত আসনৰ বাবে নূৰক প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে আই পি পিয়ে। নূৰে পঞ্জাৱৰ প্ৰাদেশিক নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে।

নুৰৰ ব্যক্তিগত জীৱনৰ লগতে পেছাদাৰী জীৱনতো এতিয়ালৈকে বহু চৰ্চা আছে। এই পৰ্যন্ত তেওঁ পাঁচবাৰ বিয়া পাতিছে। ২০০৮ চনত হয় প্ৰথম বিবাহ। শেষৰটো বিবাহ আছিল ২০২০ চনত। ২০২০ চনত আওৱন চৌধুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০১২ চনত আওৱনে পূৰ্বৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল।

লগতে পঢ়কঃ ৰোমাঞ্চ শেষ, ইমান বছৰৰ সম্পৰ্কৰ পিছত বিয়া কৰাবলৈ অস্বীকাৰ অৰ্জুনৰ! কি হ’ব মালাইকাৰ?

উল্লেখ্য যে অৱশেষত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনুমতি পাইছে। পাকিস্তানৰ নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন গ্ৰহণ কৰিছে। অৱশ্যে নৱাজ শ্বৰীফৰ নিৰ্বাচনী ক্লিয়াৰেন্সক লৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিদ্বন্দ্বী ইমৰান খানৰ দল পিটিআইয়ে।

এইবাৰ যদি নৱাজ শ্বৰীফ জয়ী হয় তেন্তে তেওঁ চতুৰ্থবাৰৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ব। পানামা দুৰ্নীতিৰ গোচৰত নৱাজ শ্বৰীফৰ নাম জড়িত আছিল। তেওঁৰ বিৰুদ্ধে অবৈধ সম্পত্তি থকাৰ অভিযোগ উত্থাপন হৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd