• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সেনা কমাণ্ডাৰসহ ৬ জনক কঢ়িয়াই নিয়া পাকিস্তানী হেলিকপ্টাৰ বিধ্বস্ত! বেলুচ বিদ্ৰোহীলৈ সন্দেহৰ আঙুলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2022 12:30 pm
প্ৰতিনিধিত্বমূলক ফাইল ফটো।

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Pakistani army helicopter feared to crash বেলুচিস্তানৰ লাচাবেলা অঞ্চলত হেলিকপ্টাৰ দুৰ্ঘটনাত পাকিস্তানৰ কোৱেট্টা কৰ্পৰ লেফটেনেণ্ট কমাণ্ডাৰ ছৰফৰাজ আলীকে ধৰি ৬জন লোক নিহত হৈছে। এই ঘটনাত বেলুচিস্তান বিদ্ৰোহীসকলৰ হাত থকা বুলি সন্দেহ কৰা হৈছে।

বাতৰি অনুসৰি হেলিকপ্টাৰখনত থকা ছয়জন লোকেই নিহত হৈছে। প্ৰাথমিক তদন্তত হেলিকপ্টাৰখনত বেলুচিস্তানৰ বিদ্ৰোহীসকলে গুলীবৰ্ষণ কৰি ধ্বংস কৰা বুলি সন্দেহ কৰা হৈছে।

সূত্ৰসমূহৰ মতে বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে এতিয়ালৈকে ঘটনা সন্দৰ্ভত কোনো বক্তৱ্য প্ৰকাশ কৰা নাই। অৱশ্যে তেওঁলোকেই এনে কাণ্ড ঘটোৱাৰ সন্দেহ ঘণীভূত হৈছে।

Apply Now

লগতে পঢ়ক: Al-Qaeda chief killed: সন্ত্ৰাস দমনত বৃহৎ সফলতা; কাবুলত আমেৰিকাৰ ড্ৰোন আক্ৰমণত নিহত আল কায়দাৰ মুৰব্বী

বেলুচ বিদ্ৰোহীসকলে কোৱেট্টা কৰ্পৰ লেফটেনেণ্ট কমাণ্ডাৰ ছৰফৰাজ আলীকেই  লক্ষ্য কৰি লৈছিল নেকি তাকলৈয়ো প্ৰশ্ন উত্থাপিত হৈছে। কিয়নো কোৱেট্টা কৰ্পছে সীমান্ত অঞ্চলত উগ্ৰবাদ দমনত পাকিস্তানী সেনাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

লেফটেনেণ্ট জেনেৰেল ছৰফৰাজ আলীৰ উপৰিও দুৰ্ঘটনাটোত ব্ৰিগেডিয়াৰ হানিফ, মেজৰ ছইফ, মেজৰ তালহা, নায়েক মুদাছেৰৰো মৃত্যু হয়।

বাতৰি অনুসৰি হেলিকপ্টাৰখনে বেলুচিস্তানৰ লাচাবেলাৰ পৰা উৰা মৰাৰ পিছতে নিয়ন্ত্ৰণ কক্ষৰ সৈতে সম্পৰ্ক হেৰুৱাইছিল। জানিব পৰা গৈছে যে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ সন্ধানত বেলুচিস্তানৰ দক্ষিণ-পশ্চিম অংশত এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰসমূহৰ মতে পাহাৰীয়া অঞ্চলে আৱৰি থকা কাৰণে হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ বিচাৰি উলিয়াবলৈ প্ৰশাসনে জটিলতাৰ সন্মুখীন হৈছে। প্ৰশাসনে আনকি হেলিকপ্টাৰখনত থকা কোনোবা আঘাতপ্ৰাপ্ত হৈ বাচি গৈছে নেকি সেইটোও জানিব পৰা নাই ।

লগতে পঢ়ক: US Speaker to visit Taiwan: চীনৰ ভাবুকি, বিডেন প্ৰশাসনৰ সতৰ্কতাৰ মাজতে আজি টাইৱানলৈ যাব পেলোচি!

সোমবাৰে নিশাৰ দুৰ্ঘটনাটোৰ পিছত এক বৃহৎ অভিযান চলোৱা হৈছে যদিও ইয়াক উদ্ধাৰ কৰিব পৰা হোৱা নাই। কোৱা হৈছে যে এনেদৰে সেনাৰ হেলিকপ্টাৰ এখন সন্ধানহীন হোৱা ঘটনা পাকিস্তানৰ নিৰাপত্তাৰ বাবে যথেষ্ট বিপদজনক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd