DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

US Speaker to visit Taiwan: চীনৰ ভাবুকি, বিডেন প্ৰশাসনৰ সতৰ্কতাৰ মাজতে আজি টাইৱানলৈ যাব পেলোচি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2022 11:00 am
নেন্সি পেলোচি।

নেন্সি পেলোচি।

163
VIEWS
Share on FacebookShare on Twitter

US Speaker Nancy Pelosi to visit Taiwan আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নিম্ন সদনৰ অধ্যক্ষ নেন্সি পেলোচিয়ে তেওঁৰ এছিয়া ভ্ৰমণকালত আজি টাইৱানলৈ যোৱাৰ কথা। টাইৱান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষই এইকথা সদৰী কৰিছে।

যদি পেলোচিয়ে টাইৱান ভ্ৰমণ কৰে ইয়াৰ পৰিণাম ভয়ংকৰ হ’ব বুলি চীনে কেইবাদিনো ধৰি সতৰ্ক কৰি দি কৈ আহিছে। তেওঁলোকে ইয়াৰ যিকোনো পৰিণতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই দায়িত্ব ল’ব লাগিব বুলিও সকীয়াই দিছে।

লগতে পঢ়ক: Al-Qaeda chief killed: সন্ত্ৰাস দমনত বৃহৎ সফলতা; কাবুলত আমেৰিকাৰ ড্ৰোন আক্ৰমণত নিহত আল কায়দাৰ মুৰব্বী

বিডেন প্ৰশাসনেও এই বিষয়ে সতৰ্ক কৰি দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ চীনৰ ভাবুকিকলৈ উদ্বিগ্ন।

টাইৱান কৰ্তৃপক্ষই জানিবলৈ দিছে যে তেওঁলোকে আশা কৰে পেলোচি স্বায়ত্তশাসিত অঞ্চলটোত এটা নিশা কটাব। অৱশ্যে পেলোচিয়ে টাইৱানত কেতিয়া অৱতৰণ কৰিব সেয়া এতিয়াও স্পষ্ট কৰা হোৱা নাই। সকলো ঠিকেই থাকিলে পেলোচিয়ে মঙলবাৰে টাইৱানত উপস্থিত হোৱাৰ কথা।

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে পেলোচিৰ ভ্ৰমণৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে চীনৰ যিকোনো ব্যৱস্থা অৱৰোধ কৰি পেলোচিক সুৰক্ষিত ৰাখিবলৈ সাজু হৈছে।

লগতে পঢ়ক: Monkeypox: দিল্লীত মাংকিপক্সত আক্ৰান্ত নাইজেৰিয়াৰ ব্যক্তি; দেশত আক্ৰান্তৰ সংখ্যা ৬জনলৈ বৃদ্ধি

আনহাতে, সোমবাৰে চীনে কয় যে পেলোচিৰ এই ভ্ৰমণৰ ৰাজনৈতিক পৰিণাম ভয়ংকৰ হ’ব। চীনৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট কৰি দি কয়,”আমি আমেৰিকা যুক্তৰাষ্ট্ৰক ক’ব বিচাৰো যে চীন সাজু আৰু চীনৰ মুক্তি সেনা নিষ্ক্ৰিয় হৈ বহি নাথাকে। চীনে ইয়াৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক স্থিতি সুৰক্ষিত কৰিবলৈ উপযুক্ত প্ৰত্যুত্তৰ দিব।”

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ কৌশলগত যোগাযোগ সমন্বয়ক জন কিৰ্বিয়ে সোমবাৰে কয় যে বিডেন প্ৰশাসনে পেলোচিৰ টাইৱান ভ্ৰমণক সমৰ্থন কৰিব।

লগতে পঢ়ক: Commonwealth Games 2022: কমনৱেলথ গেমছত দেশৰ হৈ জুডোত ৰূপৰ পদক জিকিলে মণিপুৰী কন্যা সুশীলা দেৱীয়ে

অৱশ্যে, বিডেন প্ৰশাসনৰ কেইবাজনো উচ্চ পদস্থ বিষয়াই তাৰ মাজতে পেলোচিক এই বিষয়ে সতৰ্ক কৰি দিছে।

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd