• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম জাতীয় পৰিষদ গঠনৰ পাচতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন থাকিব : পলাশ চাংমাই

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , September 14, 2020 5:18 pm

2 min read

অসম জাতীয় পৰিষদ গঠনৰ পাচতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন থাকিব : পলাশ চাংমাই
524
VIEWS
Share on FacebookShare on Twitter

”নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ অকল অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজনৈতিক দল নহয় , ই অসমৰ জনতাৰ ৰাজনৈতিক দল ৷ অসম জাতীয় পৰিষদে ইমান দিনে অমীমাংসিত অসমৰ সমস্যা সমূহ সাংসদীয় গনতন্ত্ৰৰে মিমাংসা কৰিবলৈ সক্ষম হ’ব,” আজি বোকাখাতত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা এক বিদায় সম্ভাষণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই দৰে কয় সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ৷

বোকাখাতৰ নাট্য মন্দিৰ প্ৰাংগনত আয়োজন কৰা এই অনুষ্ঠানত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বোকাখাতৰ যুৱক দীপক হাজৰিকাক সংগঠনটোৰ পৰা আনুষ্ঠানিকভাৱে  বিদায় সম্ভাষণ জনোৱা হয় ৷

নৱগঠিত অসম জাতীয় পৰিষদ দলত অন্তৰ্ভূক্ত হ’বৰ বাবেই যুৱ নেতা দীপক হাজৰিকাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা পদত্যাগ কৰিছে ৷

আজিৰ অনুষ্ঠানত উপস্থিত থাকি যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমায়ে অসম জাতীয় পৰিষদ নামৰ ৰাজনৈতিক দল গঠনৰ পাচতো অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন থকাৰ লগতে অসমৰ স্বাৰ্থত ভৱিষ্যতেও ৰাজপথত আন্দোলন কৰিব বুলি মন্তব্য কৰে ৷

অনুষ্ঠানত সংগঠনটোৰ সম্পাদক পলাশ চাংমাইৰ উপৰিও অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জেষ্ঠ সাংবাদিক বুবুল দত্ত, সংগঠনটোৰ উপদেষ্টা পুলক বৰা আৰু বিদায়ী উপ সভাপতি দীপক হাজৰিকা উপস্থিত থাকে ৷

আনহাতে, অনুষ্ঠানত দীপক হাজৰিকাক  অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতি, বোকাখাত মহকুমা সাংবাদিক সন্থা, ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ পৰাও বিদায় সম্ভাষণ জনোৱা হয় ৷

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd