• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪০ লাখ টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত পলাশ মুচলৰ বিৰুদ্ধে ছাংলিত এফআইআৰ স্মৃতি মান্ধানাৰ বন্ধুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2026 2:31 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কণ্ঠশিল্পী তথা চলচ্চিত্ৰ নিৰ্মাতা পলাশ মুচলৰ বিৰুদ্ধে ৪০ লাখ টকা প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে। বুধবাৰে সন্ধিয়া ছাংলি জিলা আৰক্ষীক এই সন্দৰ্ভত এখন লিখিত এজাহাৰ দাখিল কৰা হয়।

অভিযোগকাৰীৰ নাম বৈভৱ মানে। তেওঁ পলাশৰ প্ৰাক্তন, ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মান্ধনাৰ শৈশৱৰ বন্ধু আৰু পেছাত চলচ্চিত্ৰত ধন বিনিয়োগকাৰী। এজাহাৰত তেওঁ কয় যে স্মৃতিৰ পিতৃ শ্ৰীনিবাস মান্ধনাৰ জৰিয়তে পলাশক ছাংলিত লগ পাইছিল।

Apply Now

বৈভৱে দাবী কৰিছে যে তেওঁৰ পৰা এখন ছবি নিৰ্মাণৰ বাবে ধন লোৱা হৈছিল, কিন্তু প্ৰকল্পটো ৰূপায়ন নহ’ল আৰু সেই ধন তেওঁক ঘূৰাই দিয়া নাই।

অভিযোগ পত্ৰৰ লগতে লেনদেনৰ নথি-পত্ৰ আৰু প্ৰমাণ ছাংলিৰ আৰক্ষী অধীক্ষকক জমা দিয়ে বৈভৱে।

বৈভৱ মানেই অভিযোগ কৰে যে পলাশ মুচলে ‘নাজৰিয়া’ নামৰ এখন ছবি নিৰ্মাণৰ বাবে বিনিয়োগৰ প্ৰস্তাৱ লৈ তেওঁৰ কাষ চাপিছিল। অ’টিটি প্লেটফৰ্মত ছবিখন ক্ষিপ্ৰতাৰে মুক্তি পাব আৰু বিনিয়োগৰ ধন কম সময়ৰ ভিতৰতে ঘূৰাই দিয়া হ’ব বুলি তেওঁক আশ্বাস দিয়া হৈছিল। এই আশ্বাসৰ ভিত্তিত তেওঁ মুঠ ৪০ লাখ টকা বিনিয়োগ কৰিছিল।

অভিযোগকাৰীয়ে দাবী কৰিছে যে এই ধন নগদ ধন হিচাপে আৰু গুগল পে’ৰ জৰিয়তে একাধিক কিস্তিত প্ৰদান কৰা হৈছিল। সেই সকলোবোৰ লেনদেনৰ প্ৰমাণো কৰ্তৃপক্ষক প্ৰদান কৰিছে।

অৱশ্যে ছবিখনৰ কাম সম্পূৰ্ণ নহ’ল বুলি অভিযোগ কৰা হৈছে। পিছত পইচা ঘূৰাই বিচৰাত পলাশ মুচলে প্ৰথমে টকা ঘূৰাই দিয়াৰ আশ্বাস দিয়ে। কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে তেওঁ ফোন ৰিচিভ কৰা বন্ধ কৰি অৱশেষত অভিযোগকাৰীৰ নম্বৰটো ব্লক কৰি দিয়ে।

কেইমাহমান অপেক্ষা কৰি বৈভৱ মানেই ছাংলি আৰক্ষীৰ কাষ চাপি আৰ্থিক জালিয়াতিৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে।

অভিযোগ গ্ৰহণ কৰি অভিযোগকাৰীয়ে দাখিল কৰা নথি-পত্ৰ পৰীক্ষা কৰি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে।

উল্লেখ্য যে পলাশ মুচলে ইয়াৰ পূৰ্বে ক্ৰিকেটাৰ স্মৃতি মান্ধনাৰ সৈতে বিচ্ছেদৰ বাবে শিৰোনাম দখল কৰিছিল। সেই ঘটনাৰ কেইসপ্তাহমান পিছত তেওঁ পুনৰ কামলৈ আহি অভিনেতা শ্ৰেয়াস তালপাডেৰ সৈতে নিজৰ পৰৱৰ্তী প্ৰজেক্টৰ প্ৰস্তুতি আৰম্ভ কৰে। তাৰ মাজতে এই অভিযোগ পোহৰলৈ আহিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd