• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশৰ বাবে প্ৰস্তুতি পল্লৱলোচন দাসৰ; জ্যেষ্ঠজনক নমনা পল্লৱৰ এইবাৰ অহংকাৰে চুলে চৰম সীমা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2024 10:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৭১নং বিহালী বিধানসভা সমষ্টিত বলিছে উপ-নির্বাচনকেন্দ্রিক বতাহ।বিশেষকৈ শাসকীয় দল বিজেপিৰ নেতাৰ মাজত সমষ্টিটোত আৰম্ভ হৈছে প্রার্থিত্বকেন্দ্রিক তীব্র সংঘাত।বিজেপিৰ কেইবাজনো হেভীৱেইট নেতাই নিজকে বিজেপিৰ উপ-নির্বাচনৰ প্রার্থী হিচাপে সদম্ভে ঘোষণা কৰিছে৷

এইসমূহ চৰ্চাৰ মাজতে বিৰোধী কংগ্ৰেছ দলেও উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। বিহালী বিধানসভাৰ উপ-নির্বাচনত অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা প্রার্থী হ’ব পাৰে বুলি চর্চা চলাৰ সময়তে সমষ্টিটোত নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মানসেৰে জনসম্পর্ক অভিযান আৰম্ভ কৰা তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাসে ভূপেন কুমাৰ বৰাক প্রতিদ্বন্দ্বিতালৈ আদৰণি জনোৱা পৰিলক্ষিত হৈছে। বিহালীত হ’বলগীয়া উপ-নির্বাচনত বিজেপি দলৰ প্রার্থী হ’ব বুলি ইংগিত দি ভূপেন কুমাৰ বৰা সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি পল্লৱলোচন দাসে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যিক সভাপতিক হৰুওৱাটো তেওঁৰ এক ট্রেক তথা সৌভাগ্য। সেয়েহে পুনৰ এইবাৰো আন এগৰাকী ৰাজ্যিক সভাপতিক হৰুৱাবলৈ সাজু তেওঁ। উল্লেখ্যো যে ২০১১ চনৰ বিধানসভা নির্বাচনত ৰঞ্জিত দত্ত বিজেপিৰ ৰাজ্যিক সভাপতি হৈ থকা সময়ত বিহালী বিধানসভা সমষ্টিত ৰঞ্জিত দত্তক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পৰাস্ত কৰিছিল পল্লৱলোচন দাসে। সেয়েহে পল্লৱলোচন দাসে সেই সময়ৰ অভিজ্ঞতা সোঁৱৰণ কৰি ৰঞ্জিত দত্তৰ নাম নোলোৱাকৈ ৰাজ্যিক সভাপতিক পৰাভূত কৰা তেওঁৰ ট্ৰেক ৰেকৰ্ড আগৰ পৰাই আছে বুলি একধৰণৰ দাম্ভিক মন্তব্য কৰিছে।

লগতে পল্লৱলোচন দাসে সংবাদ মাধ্যমৰ আগত কয় যে যদি তেওঁ দলীয় টিকট লাভ কৰে তেন্তে পুনৰবাৰ আন এগৰাকী ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাক হৰুৱাই তেওঁৰ সন্মান আৰু ৰাজনৈতিক দক্ষতা বৃদ্ধি কৰি তুলিব পাৰিব। ৰাজ্যিক সভাপতিক হৰুওৱাৰ সন্মানটো তেওঁৰ সদায় থাকি যাব বুলি ইতিকিংসূচক মন্তব্য কৰে পল্লৱলোচন দাসে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd