• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত আটাইকেইটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিপুল ভোটত বিজয়ী হ’ব : পৱন মান্তা

চানু গগৈ by চানু গগৈ
November 30, 2020 6:42 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৭ ডিচেম্বৰত হবলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ  বাবে ৯ নং দমাল সমষ্টিটো আঁজুৰি আনিবৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে বিজেপি প্ৰাৰ্থী তথা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই।

আগন্তুক তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত ৯ নং দমাল  সমষ্টিটোত এইবাৰ কংগ্ৰেছ আৰু বিজেপি দলৰ মাজতেই মূল যুঁজ হ’ব বুলি মত প্ৰকাশ কৰে  ৯ নং দমাল  সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী পৱন মান্তাই।

Apply Now

ইপিনে, ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে৷

আনহাতে, সংবাদ  মাধ্যমৰ আগত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি প্ৰাৰ্থী গৰাকীয়ে তেওঁৰ বিৰুদ্ধে ১১ নং সমষ্টিৰ তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে অনা কেতবোৰ অভিযোগ পোনচাতে নাকচ কৰাৰ লগতে অনাগত সময়ত তেনে বিৰূপ মন্তব্যৰ পৰা সদস্যগৰাকীক বিৰত থাকিবৰ বাবে আহ্বান জনায় গেৰুৱা দলটোৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে।

গেৰুৱা দলটোৰ মনোনীত প্ৰাৰ্থীগৰাকীৰ নেতৃত্বতে বিগত সময়বোৰত পৰিষদ খনত সংঘটিত সীমাহীন দুৰ্নীতি, কেলেংকাৰীৰ সন্দৰ্ভত সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্য কাৰ্যৱাহী সদস্যগৰাকীয়ে কয় যে পৰিষদৰে এছাম স্বাৰ্থন্বেষী সদস্যই পৰিষদখনক অস্থিৰ কৰি তোলাৰ বাবে হকে, বিহকে বদনাম জাপি দি নিজৰ অভিষ্ট সিদ্ধি কৰিছিল।

যাৰ বাবে সমষ্টি উন্নয়ণৰ প্ৰাচীৰ হৈছিল। যদি তেওঁৰ কাৰ্যকালতে পৰিষদখনত তেনে দুৰ্নীতি অনিয়ম বা কেলেংকাৰী হৈছিল, তেতিয়াহলে তেওঁক দোষী সাৱ্যস্ত কৰিবলৈ কিয় তেঁওলোকৰ প্ৰমানৰ অভাৱ ঘটিল বুলিও প্ৰাক্তন কাৰ্যৱাহী সদস্য জনে তাৎপৰ্যপূৰ্ণ মন্তৱ্য আগবঢ়ায়।

আগন্তুক তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰাৰ্থী নিক্ষেপ কৰিছে আৰু সমষ্টিসমূহৰ ৰাইজেও গেৰুৱা দলটোৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰিব বুলিও আশাবাদী প্ৰাক্তন মুখ্য কাৰ্যৱাহী সদস্যগৰাকী।

সেয়া যিয়েই নহওক কিয় পৰিষদৰ আভ্যন্তৰীণ দুৰ্নীতি অনিয়মৰ খবৰে বিগত সময়ত প্ৰচাৰ মাধ্যমত সবিস্তাৰে ওলোৱা বাতৰিয়ে বৰ্তমান সময়ত ভোটাৰসকলৰ মাজত গেৰুৱা  বাহিনীৰ প্ৰতি কেনে সদ্দিচ্ছা প্ৰকাশ কৰে সেয়া ১৯ ডিচেম্বৰত প্ৰকাশিত নিৰ্বাচনী ফলাফলেহে দলটোৰ ভৱিষ্যত নিৰূপন কৰিব।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

November 20, 2026 1:48 pm
ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

November 20, 2026 12:48 pm
বিশ্ব বজাৰত খলকনি! শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিয়েই ২ লাখ কোটি ডলাৰৰ ক্লাৱত এন্থ্ৰপিক

বিশ্ব বজাৰত খলকনি! শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিয়েই ২ লাখ কোটি ডলাৰৰ ক্লাৱত এন্থ্ৰপিক

November 20, 2026 11:00 am
‘এনকাউণ্টাৰ’ত নিহত ডাউদ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰানী; আছিল ২৫টা গোচৰত অভিযুক্ত

‘এনকাউণ্টাৰ’ত নিহত ডাউদ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰানী; আছিল ২৫টা গোচৰত অভিযুক্ত

November 20, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

November 20, 2026 1:48 pm
ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

November 20, 2026 12:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd