DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন : লখিমপুৰত ৰাস উৎসৱস্থলীত ভোট বিচাৰি প্ৰাৰ্থীৰ ভিৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
November 24, 2018 6:02 pm
Rass festivity at Lakhimpur
703
VIEWS
Share on FacebookShare on Twitter

এইবছৰ ৰাসৰ সময়তে পঞ্চায়ত নিৰ্বাচনৰ দিন পৰাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলেও ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰা দেখা গৈছে।

বহু প্ৰাৰ্থীয়ে লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত আখৰাৰ পৰা আৰম্ভ কৰি ৰাস মঞ্চস্থ কৰা লৈকে ৰাসস্থলীসমূহত ভোট বিচাৰি ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা যায়।

উল্লেখযোগ্য যে যোৱা ৩টা দিনত লখিমপুৰ জিলাৰ বিভিন্ন স্থানত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ ব্যাপক আয়োজন কৰা হৈছে।

Rass festivity at Lakhimpur

এইবাৰ জিলাখনৰ মুঠ ২৫০টা স্থলীত ৰাস মঞ্চস্থ কৰা হয়। উক্ত অনুষ্ঠানসমূহত বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাসলীলা উপভোগ কৰিবলৈ অগণন শ্ৰোতা-দৰ্শকে ভিৰ কৰা দেখা যায়।

গোহাঁই টেকেলা গাঁৱৰ পানীগাঁৱত ঐতিসাহিক প্ৰগতি সংঘই মঞ্চস্থ কৰা ৰাসলীলাৰ লগতে এইবাৰৰ আন কেইখনমান মূল ৰাসস্থলী হৈছে আজাদ, খগা, চেৰাজুলি, নাওবৈচা, বিহপুৰীয়া, নাৰায়নপুৰ, ধলপুৰ,

বগীনদী, ঘিলামৰা আৰু ঢকুৱাখনা।

উক্ত ৰাসমহোৎসৱ কেইটাত ৰাজ্যৰ চিনেমাজগতৰ লগতে থিয়েটাৰৰ কেইবাগৰাকীকৈ ব্যক্তিয়ে অভিনয় কৰা দেখা যায়।

Recent News

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd