DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বোকাখাতত অতুল বৰাৰ দৰ্পচূৰ্ণ কৰিলে বিজেপিয়ে; কিমান ভোট পালে গঁড় চিকাৰীয়ে?

উত্তম শইকীয়া by উত্তম শইকীয়া
December 13, 2018 11:11 am
Bokakhat
485
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদক শোচনীয়ভাৱে পৰাস্ত কৰি খোদ দলটোৰ সভাপতি অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে মহকুমাটোৰ ৪খন জিলা পৰিষদৰ আটাইকেইখন আসনেই বিজেপিৰ দখললৈ গৈছে ৷ অগপৰ সভাপতি অতুল বৰাৰ দৰ্পচূৰ্ণ কৰি বিজেপিয়ে মহকুমাটোৰ ২০খন গাওঁ পঞ্চায়তৰ ১২খন সভাপতিৰ আসন, ১৬খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ আসন আৰু ১০০খন ৱাৰ্ড সদস্য পদৰ আসন দখল কৰে।

ইয়াৰ বিপৰীতে অগপই ৭খন সভাপতিৰ আসন, ৩খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ আসন আৰু ৭০খন ৱাৰ্ড সদস্য পদৰ আসন দখল কৰিবলৈ সক্ষম হয়। আনহাতে মহকুমাটোত কংগ্ৰেছে শোচনীয়ভাৱে মাত্ৰ ১খন পঞ্চায়তৰ সভাপতিৰ আসন, ১খন আঞ্চলিক সদস্যৰ আসন আৰু ২৮ খন ৱাৰ্ড সদস্যৰ পদ লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত অগপই প্ৰাৰ্থীত্ব প্ৰদান কৰা মৰিধনশিৰি গাওঁ পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী কাজিৰঙাৰ গঁড় হত্যাত একাধিকবাৰ অভিযুক্ত গনেশ দলে বিজেপিৰ প্ৰাৰ্থী ভাইটি দলেৰ হাতত তিনি শতাধিক ভোটৰ ব্যৱধানত পৰাস্ত হয়।

১২ ডিচেম্বৰৰ পুৱাৰ পৰা আৰম্ভ হোৱা এই ভোট গণনা শান্তিপূৰ্ণভাৱে চলি আজি পুৱা ৭ বজাত সামৰণি পৰে।

Recent News

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd