DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২৪ ঘণ্টা অতিক্ৰম কৰিলে পঞ্চায়তৰ ভোট গণনাই, জয়ৰ দিশত বিজেপি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2018 10:20 am
assam panchayat election

প্ৰতীকী ছবি

404
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়াই ২৪ ঘণ্টা অতিক্ৰম কৰিলে। কালি অৰ্থাৎ বৃহস্পতিবাৰৰ পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছিল।

উল্লেখযোগ্য যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত শাসনাধিস্থিত বিজেপি দলেই গৰিষ্ঠ সংখ্যক আসন দখল কৰাৰ দিশে অগ্ৰহৰ হোৱা দেখা গৈছে। এইপৰ্যন্ত ঘোষণা হোৱা ফলাফল অনুসৰি বিজেপিয়ে সৰ্বাধিক পঞ্চায়ত দখল কৰাৰ বিপৰীতে আঞ্চলিক শক্তি অগপই বেয়াকৈ মুখ থেকেছা খাইছে।

আমালৈ অহা খবৰ অনুসৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তৰ সমষ্টি কলিয়াবৰ, অগপৰ দলপতি অতুল বৰাৰ সমষ্টি বোকাখাতকে ধৰি ৰাজ্যৰ প্ৰায় সংখ্যক ঠাইতে প্ৰধান আঞ্চলিক দলটোৱে আসন লাভ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।  

ঠিক একেদৰে কংগ্ৰেছৰ ক্ষেত্ৰটো প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন ৰিপুন বৰাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতাৰ সমষ্টি তথা দলটোৰ দুৰ্গত মুখ্যম আঘাট পৰিছে।

আনহাতে ৰাজ্যৰ কোনো কোনো ঠাইত সংঘটিত দুই-এক বিক্ষিপ্ত ঘটনাৰ বাহিৰে ভোট গণনা কাৰ্য শান্তিপুৰ্ণভাৱে চলি আছে বুলি জানিব পৰা গৈছে।

আজি সন্ধিয়াৰ ভিতৰত ভোটগণনা কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে এতিয়াই ইয়াক সঠিকভাৱে ক’ব পৰা নাযাব।

Recent News

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result 2022

HS Result 2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৮৩.৮৪, বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭ শতাংশ উত্তীৰ্ণ

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৮৩.৮৪, বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭ শতাংশ উত্তীৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd