• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাৰ কৃষ্ণাইত ল’কডাউনৰ সময়ত চৰকাৰে দিয়া সাহায্যৰ ধন বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

NE NOW NEWS নীলমণি শৰ্মা
গোৱালপাৰা , April 15, 2020 8:17 am

1 min read

assam-lockdown

প্ৰনিধিত্বমূলক আলোকচিত্ৰ

3.1k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশত ৩ মে’লৈ দীঘলীয়া ল’কডাউন ঘোষণা কৰাৰ বাবে সংকটত পৰিছে দেশৰ খাতি খোৱা জনসাধাৰণ।

চৰকাৰে ল’কডাউনৰ সময়ত দুখীয়া শ্ৰেণীৰ লোক সকলক সহাক দিয়াৰ বাবে আৰ্থিক পেকেজ ঘোষণা কৰিছিল।

কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা প্ৰধান মন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত ৰেচন কাৰ্ড থকা সকললৈ চাউল আৰু ৰেচন কাৰ্ড নথকা পৰিয়াললৈ ১০০০ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

শেহতীয়াভাৱে দেশৰ সংকটৰ সময়ত চৰকাৰে আগবঢ়োৱা দুখীয়াৰ ১০০০ টকা বিতৰণৰ নামতো ব্যাপক দুৰ্নীতি সংঘটিত হৈছে।

গোৱালপাৰা জিলাৰ বিভিন্ন গাঁও পঞ্চায়তত এনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে বুলি আমাৰ হাতত খবৰ আহি পৰিছে।

জানিব পৰা মতে, গোৱালপাৰাৰ কৃষ্ণাইৰ ধাইগাঁও পঞ্চায়তৰ বল্লা গাঁৱত ৱাৰ্ড মেম্বাৰে ১,০০০ টকা বিতৰণৰ নামত ব্যাপক অনিয়ম সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি, ৰেচন কাৰ্ড নথকা দৰিদ্ৰ লোকক টকা প্ৰদান কৰাৰ বিপৰীতে একাংশ ধনীলোকৰ মাজত ৱাৰ্ড মেম্বাৰ গৰাকীয়ে সাহায্যৰ ধন বিতৰণ কৰিছে।

পঞ্চায়তৰ সদস্য গৰাকীয়ে ১০০ বিঘা মাটিৰ গৰাকীকো সাহায্যৰ ধন প্ৰদান কৰিছে বুলিও কিছুসংখ্যক লোকে অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে, এই বিষয়টোৰ সন্দৰ্ভত কৃষ্ণাই আৰক্ষী থানাত অৱগত কৰিছে ৰাইজে ৷ যি সময়ত আৰ্তজনৰ কাষত থিয় দি বহু হৃদয়বান লোকে খাদ্যৰ যোগন ধৰিছে, তেনে সময়তে জনপ্ৰতিনিধিৰ এনে কাৰ্য্যই অঞ্চলবাসীক লজ্জিত কৰিছে ৷

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd