• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত পুৱতি নিশালৈ চলিব ভোট গণনা; বিজেপিৰ দখললৈ সৰহ সংখ্যক আসন

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , December 12, 2018 10:41 pm

1 min read

Sivasagar
848
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাৰ পৰা আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া শিৱসাগৰত বাতৰি লিখা সময়লৈকে চলি আছে। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ত চলি থকা ভোট গণনা প্ৰক্ৰিয়া আজি পুৱতি নিশালৈকে হোৱাৰ সম্ভাৱনা আছে।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ আন ঠাইৰ লগতে শিৱসাগৰটো বিজেপিয়ে বৰ্তমানলৈকে অগপ আৰু কংগ্রেছত কৈ বেছি আসন লাভ কৰিছে।

শিৱসাগৰ জিলা প্ৰশাসনে ঘোষণা কৰা শেহতীয়া ফলাফল অনুসৰি আঞ্চলিক পৰিষদ সদস্যৰ ৬২খন আসনৰ ভিতৰত ১৭ খনৰ ফলাফল ঘোষণা কৰা হৈছে।

আঞ্চলিক পৰিষদৰ সদস্য পদত বিজেপিয়ে ৭খন আসন লাভ কৰাৰ বিপৰীতে অগপই ৪খন আৰু কংগ্রেছে ৬খন আসন লাভ কৰিছে। আনহাতে ৬২খন গাঁও পঞ্চায়ত সভাপতিৰ পদৰ ভিতৰত ১৭খনৰ ফলাফল ঘোষণা কৰা হৈছে। ইয়াত অগপই ৪ খন আৰু কংগ্রেছে ৭খন আখন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে পাইছে ৬খন।

ইয়াৰ উপৰি গাঁও পঞ্চায়তৰ ৱাৰ্ড পদৰ ৬২০ টা পদৰ ভিতৰত ২৩১ টা পদৰ ফলাফল ঘোষণা কৰা হৈছে। উক্ত পদসমূহত বিজেপিয়ে ১০২খন আসনত জয়লাভ কৰাৰ বিপৰীতে অগপই ৪৬খন আৰু কংগ্ৰেছে ৮৩খন আসন লাভ কৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd