• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিকে নিজৰ অধিকাৰৰ বাবে যুদ্ধ কৰা উচিৎ : পানেৰিৰ বিধায়িকা কমলি বসুমতাৰী

ছাজিদ খান by ছাজিদ খান
October 8, 2018 7:21 pm
20181007_114814-01
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭ অক্টোবৰত ওদালগুৰিৰ টংলাৰ প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজৰ কৰ্মৰত সাংবাদিকৰ এখন বিশেষ সম্বৰ্ধনা সভাত ভাষণ দি পানেৰিৰ বিধায়ক কমলি বসুমতাৰীয়ে কৈছে যে সংবাদসেৱীসকলে নিজৰ প্ৰাপ্যৰ বাবে যুদ্ধ কৰা উচিৎ। সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ।

৪ বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বসুমতাৰীয়ে কৈছে যে সাধাৰণ লোকে সাংবাদিকসকলক এক বিশেষ অধিকাৰপ্ৰপ্ত শ্ৰেণী বুলি ভাৱে যদিও যথাৰ্থ সত্যটো হৈছে এই যে তেওঁলোকে নিজৰ প্ৰাপ্য দৰমহা লাভ নকৰে। ‘‘মই ৰাইজ আৰু সংবাদ মাধ্যমৰ পৰামৰ্শৰ বাবে সদায় মুকলি থাকোঁ।’’

Apply Now

তেওঁ আৰু কয়, ‘‘সংবাদ মাধ্যমৰ পৰা অহা ইতিবাচক সমালোচনাই মোক ভালকৈ কাম কৰিবলৈ উৎসাহ যোগায়। মই সদায় মহিলা আৰু শিশুৰ অধিকাৰৰ সপক্ষে যুদ্ধ কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমে মোক যথেষ্ট সহায় কৰিছে।’’ অনুষ্ঠানত সাংবাদিক গুণজিৎ দাসে কৈছে, ‘‘সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি বিৱেচনা কৰা হ’লেও ইয়াক ভালদৰে স্বীকৃতি দিয়া হোৱা নাই আৰু সাংবাদিকক যোগ্য স্বীকৃতি প্ৰদান কৰা হোৱা নাই।

তেওঁ দুখ প্ৰকাশ কৰে যে মাজিথিয়া দৰমহা পৰিষদে পৰামৰ্শ দিয়া সাংবাদকৰ দৰমহাৰ বিষয়টো বহুতো সংবাদ গোষ্ঠীয়ে অৱজ্ঞা কৰি আহিছে।

টংলা প্ৰেছ ক্লাবৰ সহযোগিতাত ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটী আছাম প্ৰেছ কৰেস্পণ্ডেনণ্টছ য়ুনিয়নে (APCU) আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ পৰা স্বীকৃতিৰ প্ৰমাণপত্ৰ লাভ কৰা ১৮গৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হৈছিল।

এই সম্বৰ্ধনা অনুষ্ঠানত বাপন শৰ্মা, দিগন্ত কুমাৰ শৰ্মা, ভূবন থাপলীয়া আৰু গুণজিৎ দাসক য়াং মেডিয়া পাৰ্ছনছ এৱাৰ্ড প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানত ওদালগুৰি আক্ৰাছুৰ সভাপতি হেমন্ত বৰা কোচ, জ্যেষ্ঠ সাংবাদিক ইমৰান হুছেইন, নবকুমাৰ ডেকা, বিশিষ্ট নাগৰিক লিখন দাস, প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজৰ অধ্যক্ষ মোহন দাস আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। উক্ত অনুষ্ঠানত কেইগৰাকীমান স্থানীয় হ’কাৰকো সম্বৰ্ধনা জনোৱা হয়।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd