• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত পঞ্জাৱৰ বি এছ এফ চূড়ান্ত বিজয়ী

ৰাণাৰ্চ আপতে ক্ষান্ত থাকিল কলকতাৰ মহমেদান স্পৰ্টিং ক্লাৱ

মিণ্টু দাস by মিণ্টু দাস
October 14, 2018 6:48 am
143d1233-a06b-4552-82eb-f957cb168a04

স্বাধীনতা দিবস কাপ ফুটবলৰ চূড়ান্ত বিজয়ী পঞ্জাৱৰ বি এছ এফ দলটো। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা আগশাৰীৰ নগাঁৱৰ সৰ্বভাৰতীয় ৭০ সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিৰ শনিবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত পঞ্জাৱৰ বি এছ এফ দলে কলকতাৰ মহমেদান স্পৰ্টিং ক্লাৱক ট্ৰাইবেকাৰত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে।

উত্তেজনাপূৰ্ণ খেলখনত নিৰ্দ্ধাৰিত সময়ত ড্ৰ’ হোৱাত ট্ৰাইব্ৰেকাৰ পদ্ধতিৰে  খেলখনৰ ফলাফল নিৰ্ণয় উলিওৱা হয়। দুয়োটা দলে কেইবাটাও সুযোগ লাভ কৰিছিল যদিও ৰক্ষণ বিভাগ আৰু  গ’লৰক্ষক শক্তিশালী হোৱাৰ পৰিপ্ৰেক্ষিতত দল দুটাই লাভ কৰা সুযোগ কাৰ্যকৰী কৰিব নোৱাৰিলে।

Apply Now

কলকতাৰ দলটোৱে প্ৰথমাৰ্দ্ধৰ ১৭ মিনিটত কাওমে আতছা চাৰ্লছে দিয়া গ’লৰ জৰিয়তে ১-০ গ’লত অগ্ৰগতি লাভ কৰিছিল যদিও পঞ্জাৱৰ দলটোৰ হৈ প্ৰথমাৰ্দ্ধৰ ৪৪ মিনিটত চাদাম হুছেইনে গ’ল কৰি সমতা স্থাপন কৰে। দ্বিতীয়াৰ্দ্ধত কোনো এটা দলেই গ’ল কৰিবলৈ সক্ষম নহ’ল।

995dcbfb-0f08-4727-9784-963302b4aee3
ট্ৰাইবেকাৰত বিজয়ী হোৱাৰ পিছত বিজয়ী দলটোৰ উল্লাস। ফটো : নৰ্থইষ্ট নাও

উল্লেখ্য যে, নিৰ্দ্ধাৰিত সময়ত খেল অমীমাংসিত হোৱাত ট্ৰাইব্ৰেকাৰৰ জৰিয়তে পঞ্জাৱ দলটো ৫-৪ গ’লৰ ব্যৱধানত বিজয়ী হয়। ট্ৰাইব্ৰেকাৰত পঞ্জাৱ দলটোৰ হৈ কমল কিশোৰ, পি এইস বয় সিং, আৰ দাৰলং আৰু গুৰপ্ৰীত সিঙে গ’ল কৰে যদিও আৰ হেমৰামে গ’ল কৰিব নোৱাৰিলে।

আনহাতে, কলকতা দলটোৰ হৈ ডেভিদ ওচম আচামোহ, প্ৰসেনজিৎ চক্ৰৱৰ্তী আৰু কাওমে আতছা চাৰ্লছে গ’ল দিয়াৰ বিপৰীতে লাথ’ হেমব্ৰম আৰু ফিলিপ এডজাহে গ’ল কৰিবলৈ সক্ষম নহ’ল।

ইতিমধ্যে, পঞ্জাৱ দলটোৱে এইবাৰকে লৈ মুঠ ১১ বাৰ ফাইনেল খেলি ৮ বাৰ বিজয়ী হৈছে আৰু কলকতাৰ দলটোৱে ৬ বাৰ ফাইনেল খেলি এইবাৰ প্ৰথমবাৰৰ বাবে ৰানাৰ্চ আপ হয় যদিও আগৰ ৫ বাৰেই চূড়ান্ত বিজয়ী হ’বলৈ সক্ষম হৈছিল।

খেলখন পৰিচালনা কৰাত ৰেফাৰী মিঠুন কুণ্ডুক লাইনত সহায় কৰে নিৰ্মল ভট্টাচাৰ্য, পি এইচ লাল থৈইবা আৰু দিব্যজ্যোতি শৰ্মা (চতুৰ্থ)ই আৰু ৰিজাৰ্ভ ৰেফাৰি হিচাপে পবিত্র বৰা উপস্থিত থাকে।

সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক ৰেইল মন্ত্রী তথা নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোহাঁই, বিধায়ক তথা নগাঁও ক্ৰীড়া সংস্থাৰ উপ-সভাপতি ৰূপক শৰ্মা, ৰাজ্যিক ফুটবল সংস্থাৰ সম্পাদক অংকুৰ দত্তই বিজয়ী আৰু বিজিত দলক ট্ৰফী প্ৰদান কৰে।

আনহাতে, ফাইনেল খেলখনৰ লগত সংগতি ৰাখি আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত খ্যাতনামা সংগীত শিল্পী নীল আকাশে সংগীত পৰিৱেশন কৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd