DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উদাসীন চৰকাৰ! ১০০জনলৈ বৃদ্ধি পালে ৰাজ্যত কাগজ কলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2022 7:22 am
WhatsApp Image 2022-02-22 at 6.43.25 AM
109
VIEWS
Share on FacebookShare on Twitter

কাছাৰ কাগজ কলৰ আন এগৰাকী কৰ্মচাৰীৰ মৃত্যু ঘটিছে। ইয়াকে লৈ অসমৰ বন্ধ হৈ পৰা কাগজ কলৰ মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা ১০০জনলৈ বৃদ্ধি পালে।

দেওবাৰে জানিব পৰা যায় যে মনিন্দ্ৰ চন্দ্ৰ দাস (৫৬)নামৰ কৰ্মচাৰীজনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে।

দাস বিগত দুবছৰ ধৰি অসুস্থ হৈ আছিল যদিও তেওঁৰ পাবলগীয়া দৰমহা তথা বকেয়াখিনি পোৱাৰ আশাত অপেক্ষা কৰি আছিল।  

হাইলাকান্দি  জিলাৰ পঞ্চগ্ৰামৰ কাছাৰ কাগজ কল আৰু মৰিগাঁও জিলাৰ জাগীৰোডৰ নগাঁও কাগজ কল দুটা ক্ৰমে যোৱা ২০১৫চনৰ অক্টোবৰ আৰু ২০১৭চনৰ মাৰ্চৰ পৰাই কাৰ্যক্ষমহীন হৈ আছে।

লগতে পঢ়ক: এনকাউন্টাৰৰ জৰিয়তে ৰাজ্যখনক তৃতীয় স্থানলৈ আনিবলৈ সফল হ’ল মুখ্যমন্ত্ৰী- অজিত কুমাৰ ভূঞা

অভিযোগ উত্থাপিত হৈ আহিছে যে এই অচল হৈ থকা কাগজ কল দুটা কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰক বাৰে বাৰে আবেদন জনাই অহা সত্তেও কোনো পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে কাগজ কল দুটা এতিয়া বিক্ৰী কৰিবলৈহে সাজু হৈছে।

কাগজ কল দুটাৰ স্বীকৃত ইউনিয়নৰ যৌথ কাৰ্যকৰী কমিটিৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে এই ১০০জন কৰ্মচাৰীৰ অকাল মৃত্যু অত্যন্ত দুৰ্ভাগ্যজনক।

এইদৰে অকাল মৃত্যু ঘটা ১০০জনৰ ভিতৰত চাৰিজনে আত্মহত্যা কৰিছে। এতিয়ালৈকে কাগজ কল দুটাৰ কৰ্মচাৰী-কৰ্মীসকলৰ দৰমহা বন্ধ হৈ থকা প্ৰায় ৬১মাহৰ অধিক হ’ল।

লগতে পঢ়ক: কাৰাগাৰেই যেন স্থায়ী ঠিকনা: পুনৰ পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত লালু প্ৰসাদ যাদৱ

চক্ৰৱৰ্তীয়ে লগতে কয় যে কৰ্মচাৰীসকলে এতিয়া একমাত্ৰ এই আশাতে দিন পাৰ কৰিছে যে কোনোবাদিনা তেওঁলোকেও মৰ্যাদাৰে জীৱন যাপন কৰিবলৈ সক্ষম হ’ব।       

Recent News

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd